Class 3 Assamese | Chapter 13 | মৰমৰ আই | MCQs Short Question And Answer (SCERT) |

Chapter 13

মৰমৰ আই

১. ‘মৰমৰ আই’ পদ্যটি কোনে ৰচনা কৰিছিল ?

(ক)আনন্দচন্দ্ৰ আগৰৱালা

(খ)নৱকান্ত বৰুৱা

(গ)এটাও নহয়

উত্তৰঃ (ক)আনন্দচন্দ্ৰ আগৰৱালা

২. ‘ডাঙৰ’ শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো কি ?

(ক)দীঘল

(খ)সৰু

(গ)এটাও নহয়

উত্তৰঃ (খ)সৰু

৩. কবিজনৰ কিমান চনত জন্ম হৈছিল ?

(ক)১৮৭৪ চনত

(খ)১৯৭৪ চনত

(গ)এটাও নহয়

উত্তৰঃ (ক)১৮৭৪ চনত

৪. কবিজনৰ পিতৃৰ নাম কি ?

(ক)গোপালচন্দ্ৰ আগৰৱালা

(খ)কাশীৰাম আগৰৱালা

(গ)এটাও নহয়

উত্তৰঃ (খ)কাশীৰাম আগৰৱালা

৫. আনন্দ চন্দ্ৰ আগৰৱালাৰ কবিতাপুথিখনৰ নাম কি ?

(ক)কদমকলি

(খ)জিলিকনি

(গ)এটাও নহয়

উত্তৰঃ (খ)জিলিকনি

৬. আইৰ মাতটো কেনেকুৱা ?

(ক)মউসনা

(খ)শুৱনি

(গ)এটাও নহয়

উত্তৰঃ (ক)মউসনা

৭. ” মোৰ প্ৰতি এনে যাৰ মৰম অসীম ” – ‘যাৰ’ বুলি কাক কোৱা হৈছে ?

(ক)নিজৰ জনমভূমিখনৰ কথা কৈছে

(খ)নিজৰ আইৰ কথা কৈছে

(গ)এটাও নহয়

উত্তৰঃ (খ)নিজৰ আইৰ কথা কৈছে

৮. ‘সুখ’ শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো কি?

(ক)কষ্ট

(খ)কান্দোন

(গ)এটাও নহয়

উত্তৰঃ (গ)এটাও নহয়

৯. কাৰ মাক-দেউতাক অন্ধ আছিল ?

(ক)শ্ৰৱনৰ

(খ)নৱকান্তৰ

(গ)এটাও নহয়

উত্তৰঃ (ক)শ্ৰৱনৰ

১০. পিতৃ-মাতৃক আমি সদায় _________আৰু _________ কৰিব লাগে ।

(ক)সন্মান, অসুবিধা

(খ)শ্ৰদ্ধা, ভক্তি

(গ)এটাও নহয়

উত্তৰঃ (খ)শ্ৰদ্ধা, ভক্তি