Class 4 ৰামায়ণ সাধু Sankardev School | পিতা-পুত্ৰৰ মিলন | Chapter 29 | অধ্য়ায় ২৯ | Class 4 Ramayana Sadhu Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

Chapter 29

পিতা-পুত্ৰৰ মিলন

অনুশীলনীঃ

(১) খালী ঠাই পূৰ কৰা-
(ক) সাম্ৰাজ্য বঢ়াবলৈ ৰজাই অশ্বমেধ যজ্ঞ কৰিছিল।
(খ) সীতাই বাল্মীকি ঋষিৰ আশ্ৰমত আছিল।
(গ) লৱ-কুশই মহা প্ৰৰাক্ৰমী ভৰত, শত্ৰুঘ্ন, লক্ষ্মণ আৰু হনুমানক বন্দী কৰিলে।

(২) ৰামে লৱ-কুশৰ লগত যুদ্ধ কিয় নকৰিলে ?
উত্তৰঃ
ৰামে সেই বালকৰ বীৰত্বত মুগ্ধ হৈ পৰিল। তেওঁ দুয়োৰে পৰিচয় জানিবলৈ বিচাৰি যুদ্ধ নকৰিলে।

(৩) বহুতো ৰজাই অশ্বমেধ যজ্ঞৰ ঘোঁৰা কিয় নধৰিলে ?
উত্তৰঃ
বহুতো ৰজাই অশ্বমেধ যজ্ঞৰ ঘোঁৰা নধৰিলে কাৰণ ঘোঁৰা ধৰিলে ৰামৰ সেনা লগত যুদ্ধ কৰিৱ লাগিব আৰু ৰামৰ সেনা লগত যুদ্ধ কৰিলে পৰাজিত হব সেইবাবে ঘোঁৰা নধৰিলে।

Type: Pompi Hazarika