Class 4 ৰামায়ণ সাধু Sankardev School | মেঘনাদ ধৰাশায়ী হ’ল | Chapter 23 | অধ্য়ায় ২৩ | Class 4 Ramayana Sadhu Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

Chapter 23

মেঘনাদ ধৰাশায়ী হ’ল

অনুশীলনীঃ

(১) খালী ঠাই পূৰ কৰা-

(ক) মেঘনাদে ঐন্দ্ৰজালিক বিদ্যা জানিছিল।
(খ) ৰামক নাগপাশৰ বন্ধনৰ পৰা গৰুড়ে মুক্ত কৰিলে।
(গ) মেঘনাদৰ পত্নীৰ নাম সুলোচনা আছিল।

(২) এই পাঠত থকা ৰামৰ দুটা গুণ বিষয়ে কোৱা |
উত্তৰঃ
ৰামৰ দুটা গুণ হ’ল-

  • ৰামে নাৰী জাতিক বৰ আদৰ কৰিছিল।
  • ৰামে গুণী শত্ৰুৰ আদৰ জানিছিল।

(৩) সমাৰ্থক শব্দ লিখা –
(ক) আদৰ –
সন্মান
(খ) নাশ – ধ্বংস
(গ) মূৰ্ছা – বেহুঁচ
(ঘ) খৰ্গ – খলপ
(ঙ) বীৰ – শক্তিমান
(চ) প্ৰতিজ্ঞা – সংকল্প

Type: Pompi Hazarika