Class 4 ৰামায়ণ সাধু Sankardev School | স্বৰ্গাৰোহণ | Chapter 30 | অধ্য়ায় ৩০ | Class 4 Ramayana Sadhu Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

Chapter 30

স্বৰ্গাৰোহণ

অনুশীলনীঃ

(১) অশ্বমেধ যজ্ঞৰ উদ্দেশ্য কি আছিল ?
উত্তৰঃ
অশ্বমেধ যজ্ঞৰ উদ্দেশ্য হ’ল আগৰ কালত ৰজাই নিজৰ সাম্ৰাজ্যৰ সংগঠনৰ বাবে অশ্বমেধ যজ্ঞৰ কৰিছিল।

(২) প্ৰজাই ৰামক কি অনুৰোধ কৰিছিল ?
উত্তৰঃ
প্ৰজাই ৰামক ”সীতা মাতৃ পৰম পৱিত্ৰ | আপুনি তেওঁক গ্ৰহণ কৰক বুলি অনুৰোধ কৰিছিল।

(৩) সীতাই নিজৰ জীৱন-লীলা কিদৰে শেষ কৰিছিল ?
উত্তৰঃ
সীতাই নিজৰ জীৱন-লীলা এনেদৰে শেষ কৰিলে যে যদি মই মন-বচন-কৰ্মেৰে পতিব্ৰতা হওঁ তেনেহ’লে পৃথিৱী মাতৃয়ে মোক ঠাই দিয়ক। সীতাই এইবুলি কোৱাৰ লগতে বসুমতীয়ে ফাট মেলিলে আৰু সীতাক লগত লৈ গ’ল এনেদৰে জীৱন-লীলা শেষ কৰিছিল।

(৪) ৰামে নিজৰ সাম্ৰাজ্যৰ কি ব্যৱস্থা কৰিলে ?
উত্তৰঃ
ৰামে নিজৰ সাম্ৰাজ্যৰ আঠ ভাগ কৰি সেইবোৰ লৱ, কুশ, ভৰত, শত্ৰুঘ্নৰ পুত্ৰসকলৰ মাজত ভগাই দিলে।

(৫) ৰামে তিনিজওজন ভায়েকৰ লগত কিদৰে স্বৰ্গাৰোহণ কৰিলে ?
উত্তৰঃ
ৰামে তিনিজওজন ভায়েকৰ লগত সৰযু নদী পাৰলৈ গ’ল । তাত প্ৰজাই তেওঁলোকক অভিনন্দন জনালে । তাৰ পাছত চাৰিও ভ্ৰাতৃ সৰযু নদীৰ পানীত নামিল আৰু এজন এজনকৈ অদৃশ্য হৈ গ’ল এনেদৰে স্বৰ্গাৰোহণ কৰিলে ।

Type: Pompi Hazarika