Class 4 Burha Burhi aru Siyala Chapter 3 MCQ’s। হাতী আৰু সাপ। Assam Jatiya Bidyalay |  

                                                      হাতী আৰু সাপ

Chapter 3

১। এজন ৰজাৰ এটা বৰ মৰমৰ কি আছিল?

(ক)সাপ

(খ)হাতী

(গ)ইয়াৰ এটাও নহয়

উত্তৰঃ (খ)হাতী

২। ৰজাই তাক কিয় বন্ধি নথয়?

(ক)সি বেয়া পাব বুলি

(খ)সি দুখ পাব বুলি

(গ)ইয়াৰ এটাও নহয়

উত্তৰঃ (খ)সি দুখ পাব বুলি

৩। শগুনে কি খাই থাকোতে ৰ’দত শুকাই মুদা মৰিলত।

(ক)পেটৰ মংহ

(খ)বুকুৰ মংহ

(গ)ইয়াৰ এটাও নহয়

উত্তৰঃ (ক)পেটৰ মংহ

৪। কোন হাতীৰ পেটৰ ভিতৰত মৰিল?

(ক)সাপ

(খ)শগুন

(গ)ইয়াৰ এটাও নহয়

উত্তৰঃ (খ)শগুন

৫। ব্য়ধ জনৰ নাম কি আছিল?

(ক)চোং

(খ)ঘোং

(গ)গোং

উত্তৰঃ (খ)ঘোং

৬। হাতীৰ কি বেচি সি তামাম টকা পাব বুলি ভাৱিছিল?

(ক)মংহ

(খ)দাত

(গ)ভৰি যোৰ

উত্তৰঃ (খ)দাত

৭। দাঁতটো দাৰে কাটোতে তাৰ ক’ত দাঁটো লাগিছিল?

(ক)তাৰ ভৰিত লাগিছিল

(খ)তাৰ মূৰত লাগিছিল

(গ)তাৰ পেটত লাগিছিল

উত্তৰঃ (গ)তাৰ পেটত লাগিছিল

৮। ডাঙৰেই হোৱা সৰুৱেই হোৱা কি নকৰিবা বুলি কবিয়ে কৈছে?

(ক)অহিংসা

(খ)গৰ্ব

(গ)ইয়াৰ এটাও নহয়

উত্তৰঃ (খ)গৰ্ব

৯। গৰ্বৰ অৰ্থ কি?

(ক)অহিংসা

(খ)কৃপন

(গ)ইয়াৰ এটাও নহয়

উত্তৰঃ (গ)ইয়াৰ এটাও নহয়

১০। এই ঘটনাটো কোনে চাই আছিল?

(ক)এজন ব্য়াধে

(খ)এজন হালোৱায়ে

(গ)ইয়াৰ এটাও নহয়

উত্তৰঃ (খ)এজন হালোৱায়ে