SVN Class 4 Enviroment Chapter 1 MCQ Answer | আমাৰ পৰিৱেশ

 Chapter 1

আমাৰ পৰিৱেশ

১। আমাৰ গাঁও নামৰ কৱিতাটী কৱি কোন ?

(ক) অতুলচন্দ্ৰ হাজৰিকা

(খ) হেমন্ত কুমাৰ ৰয়

(গ) লক্ষ্মীনাথ বেজৱৰুৱা

উত্তৰঃ (ক) অতুলচন্দ্ৰ হাজৰিকা

২। পদূলি মুখত গধুলিগোপাল কি ফুলি থকাৰ কথা কৈছে ?

(ক) মনোহৰ ফুলি থাকে

(খ) শেৱালি ফুলি থাকে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মনোহৰ ফুলি থাকে

৩। সোনালি পথাৰ কিহেৰে ভৰি পৰাৰ কথা কৈছে ?

(ক) পকা ধান

(খ) পানীৰে

(গ) ধানেৰে

উত্তৰঃ (ক) পকা ধান

৪। গাঁৱৰ পুখুৰীত কি চৰী থকাৰ কথা কৈছে ?

(ক) ৰাজহাহঁ

(খ) ভেকুঁলি

(গ) হাহঁ

উত্তৰঃ (ক) ৰাজহাহঁ

৫। ঔ- গছজুপি কিহে বাহঁ লয় ?

(ক) চৰাই বাহ লয়

(খ) মৌৱে বাহ লয়

(গ) ৱৰলে বাহঁ লয়

উত্তৰঃ (খ) মৌৱে বাহ লয়

৬। গাঁৱৰ ৰাইজে মিলিজুলি কি কৰে?

(ক) মৰমৰ হাট পাতে

(খ) মিটিং পাতে

(গ) নাম ঘৰ পাতে

উত্তৰঃ (ক) মৰমৰ হাট পাতে

৭। পথাৰখন দেখিবলৈ কেনেকুৱা?

(ক) হালধীয়া

(খ) সোণালী বৰণীয়া

(গ) এটাও নহয়

উত্তৰঃ (খ) সোণালী বৰণীয়া

৮। গোলাপ ফুল বৰ ।

(খ) ধুনীয়া

(খ) মনোহৰ

(গ) সুগন্ধী

উত্তৰঃ (খ) মনোহৰ

৯। আমি সকলোৱে  থাকিব লাগে।

(ক) মিলিজুলি

(খ) ৰচকী

(গ) কাইজীয়া কৰি

উত্তৰঃ (ক) মিলিজুলি

Type: Pompi Hazarika