SVN Class 4 Enviroment Chapter 14 MCQ Answer | প্ৰাকৃতিক দুৰ্যোগ | MCQ

Chapter 14

প্ৰাকৃতিক দুৰ্যোগ

১। প্ৰাকৃতিক কাৰণত হোৱা দুৰ্যোগক কি বোলে ?

(ক) প্ৰাকৃতিক দুৰ্যোগ বোলে

(খ) বানপানী বোলে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) প্ৰাকৃতিক দুৰ্যোগ বোলে

২। দুটা প্ৰাকৃতিক দুৰ্যোগৰ নাম লিখা।

(ক) ভূমিকম্প আৰু বানপানী

(খ) ধূৰ্ণী বতাহ, ধুমুহা

(গ) গৰাখহনীয়া, ভূমিস্খলন

উত্তৰঃ (ক) ভূমিকম্প আৰু বানপানী

৩। বানপানীয়ে মথাউৰি ভাগী কি কৰিব পাৰে?

(ক) মানুহক মৃত্যুমুখত পেলাব পাৰে

(খ) মানুহক সুখত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মানুহক মৃত্যুমুখত পেলাব পাৰে

৪। চুনামি কোন দেশৰ শব্দ?

(ক) চুনামি এটা জাপানী শব্দ

(খ) চুনামি এটা ফান্স শব্দ

(গ) চুনামি এটা ইটালী শব্দ

উত্তৰঃ (ক) চুনামি এটা জাপানী শব্দ

৫। চুনামি কি দুৰ্যোগ?

(ক) আগ্নেয়গিৰি

(খ) প্ৰাকৃতিক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) প্ৰাকৃতিক

৬। আগ্নেয়গিৰিয়ে ভূ-পৃষ্ঠৰ কি কৰে?

(ক) ভূ-পৃষ্ঠত বহু জীৱ-জন্তু মাৰি পেলায়

(খ) ভূ-পৃষ্ঠত বহু জীৱ-জন্তু সুবিধাজনক হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ভূ-পৃষ্ঠত বহু জীৱ-জন্তু মাৰি পেলায়

৭। কিমান চনত অসমত প্ৰবল ভূমিকম্প হৈছিল?

(ক) ১৯৫০

(খ) ১৯৫৫

(গ) ১৯৭৯

উত্তৰঃ (ক) ১৯৫০

৮। ভূমিকম্প জোখা স্কেল ডালৰ নাম কি?

(ক) ৰি্খতাৰ স্কেল

(খ) থাৰ্মমিটাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ৰি্খতাৰ স্কেল

৯। বানপানী আৰু কিহৰ কাৰণ হ’ব পাৰে?

(ক) মহামাৰী ৰোগৰো

(খ) প্ৰাকৃতিক দুৰ্যোগৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মহামাৰী ৰোগৰো

১০। ভূপাল গেছ দুর্ঘটনা কিমান চনত হৈছিল

(ক) ১৯৮৯

(খ) ১৯৮৭

(গ) ১৯৮৪

উত্তৰঃ (গ) ১৯৮৪

১১। সামাজিক বনানীকৰণ কৰি _ ৰোধ কৰিব পাৰিব

(ক) ভূমিস্খলন

(খ) বানপানী

(গ) গৰাখহনীয়া

উত্তৰঃ (ক) ভূমিস্খলন

১২। বজ্ৰ পৰি প্ৰাকৃতিকভাৱে হাবিত

(ক) জুই

(খ) বানপানী

(গ) খহনীয়া

উত্তৰঃ (ক) জুই

১৩। ভূমিকম্পৰ ফলত নদীৰ সলনি হয়

(ক) বান

(খ) সুঁতি

(গ) সীমা

উত্তৰঃ (খ) সুঁতি

১৪। প্রাকৃতিক দুর্যোগ হঠাৎ আহে

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ

১৫। দুৰ্যোগৰ ফলত ভূ-পৃষ্ঠৰ সাল-সলনি হ’ব পাৰে।

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ

১৬। কিছুমান দুর্যোগ মানৱ সৃষ্ট

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ

১৭। বানপানী অসমৰ এৰাব নোৱৰা প্ৰাকৃতিক দুর্যোগ

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ

১৮। কেতিয়াবা বানপানী মানৱ সৃষ্ট দুর্যোগো হ’ব পাৰে

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ

১৯। চুনামি সাধাৰণতে সাগৰীয় উপকূলত সৃষ্টি হয়

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ

২০। ভূমিকম্প হ’লে গছৰ তলত থাকিব লাগে

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ

 Type: Pompi Hazarika