SVN Class 4 Enviroment Chapter 18 MCQ Answer | জীৱৰ অভিযোজন | MCQ

Chapter 18

জীৱৰ অভিযোজন

১। পৰিস্থিতি সৈতে মিলি যাবলৈ নিজকে কৰা পৰিবৰ্তনক কি বোলে ?

(ক) অভিযোজন বোলে

(খ) পৰিবৰ্তন বোলে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) অভিযোজন বোলে

২। উটবোৰে এবাৰ পানী খালে কেইদিনলৈ নোখোৱা কৈ থাকিব পাৰে ?

(ক) সাত দিনলৈ

(খ) তিনি দিনলৈ

(গ) পাচঁ দিনলৈ

উত্তৰঃ (খ) তিনি দিনলৈ

৩। উটে কিয় বেছি গৰম অনুভৱ নকৰে ?

(ক) গাৰ ছালখন ডাঠ

(খ) গাৰ ছালখন পাতল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) গাৰ ছালখন ডাঠ

৪। মাছবোৰ উশাহ ল’বলৈ কি ব্যৱহাৰ কৰে ?

(ক) ফুল ব্যৱহাৰ কৰে

(খ) চকু ব্যৱহাৰ কৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ফুল ব্যৱহাৰ কৰে

৫। মেৰু অঞ্চল অতি কি ?

(ক) অতি শীতল

(খ) গৰম বালিময়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) অতি শীতল

৬। মেৰু বাস কৰা ভালুক বোৰৰ দেহত কি থাকে ?

(ক) দেহত যথেষ্ট নোম থাকে

(খ) দেহত যথেষ্ট বাকলি থাকে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) দেহত যথেষ্ট নোম থাকে

৭। মৰুভূমিত থকা উদ্ভিদৰ পাতবোৰ কেনে ধৰণৰ ।

(ক) ডাঙৰ

(খ) সৰু সৰু

(গ) মধ্যমীয়া

উত্তৰঃ (খ) সৰু সৰু

৮। উটৰ গাৰ ছালখন কেনেকুৱা বাবে বেছি গৰম অনুভৱ নকৰে।

(ক) ডাঠ

(খ) কোমল

(গ) সহতা

উত্তৰঃ (ক) ডাঠ

৯। সাগৰীয় সাপবোৰৰ নেজ কেনেকুৱা হয়।

(ক) চিঞা

(খ) জোঙা

(গ) চেপেটা

উত্তৰঃ (গ) চেপেটা

১০। স্থলচৰ সাপৰ নেজ কেনেকুৱা।

(ক) চেপেটা

(খ) চিঞা আৰু জোঙা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) চিঞা আৰু জোঙা

 Type: Pompi Hazarika