SVN Class 4 Enviroment Chapter 9 MCQ Answer | জীৱমণ্ডল | MCQ

 Chapter 9 

জীৱমণ্ডল

১। পৃথিৱীৰ উপৰিভাগ আৰু মাটিৰ তলৰ কিছু অংশলৈ বিস্তৃত পৰিসৰ মানে কি ?

(ক) বায়ু মণ্ডল

(খ) জীৱ মণ্ডল

(গ) জল মণ্ডল

উত্তৰঃ (খ) জীৱ মণ্ডল

২। জীৱমণ্ডলত অত্যন্ত জৰুৰি কি ?

(ক) খাদ্য বাসস্থান আৰু নিৰাপওা

(খ) বৰষুন

(গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (ক) খাদ্য বাসস্থান আৰু নিৰাপওা

৩। এন্দুৰে কত বাস কৰে ?

(ক) ঘাঁহনিত বাস কৰে

(খ) বৰফত বাস কৰে

(গ) মৰুভূমিত বাস কৰে

উত্তৰঃ (ক) ঘাঁহনিত বাস কৰে

৪। মেৰু-ভালুক কত থাকে ?

(ক) ঘাঁহনিত বাস কৰে

(খ) বৰফত বাস কৰে

(গ) মৰুভূমিত  বাস কৰে

উত্তৰঃ (খ) বৰফত বাস কৰে

৫। জলচৰ জীৱই সকলো সুবিধা কত লাভ কৰে ?

(ক) জলাশয়ত

(খ) মৰুভূমিত

(গ) বৰফত

উত্তৰঃ (ক) জলাশয়ত

৬। জীৱ মণ্ডলত প্ৰাণী আৰু উদ্ভিদ বৰ্তি থাকিবলৈ কি গেছৰ অত্যন্ত জৰুৰী ?

(ক) নাইট্ৰ’জেন, অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইড

(খ) অক্সিজেন

(গ) কাৰ্বন-ডাই-অক্সাইড

উত্তৰঃ (ক) নাইট্ৰ’জেন, অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইড

৭। সূৰ্যৰ পোহৰ আৰু তাপত পানী কি হয় ?

(ক) গৰম হয়

(খ) ঠাণ্ডা হয়

(গ) ভাপলৈ ৰূপান্তৰ হয়

উত্তৰঃ (গ) ভাপলৈ ৰূপান্তৰ হয়

৮। কিহৰ অবিহনে জীৱমণ্ডল জীয়াই থাকিব নোৱাৰে ?

(ক) গাড়ীৰ অবিহনে

(খ) পানীৰ অবিহনে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পানীৰ অবিহনে

৯। বিয়োজন হৈ পুনৰ ব্যৱহাৰৰ বাবে তৈয়াৰ হোৱাক কি বোলে ?

(ক) পুনৰাৰ্বতন বোলে

(খ) জীৱ মণ্ডল বোলে

(গ) বায়ু মণ্ডল বোলে

উত্তৰঃ (ক) পুনৰাৰ্বতন বোলে

১০। মৃত জীৱ-জন্তুৰ পৰাও কিছুমান কি আহৰণ কৰে ?

(ক) খাদ্য আহৰণ কৰে

(খ) খনিজ সম্পদ আহৰণ কৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) খনিজ সম্পদ আহৰণ কৰে

১১। বহুতো সৰু-বৰ জীৱ-জন্তু কত বাস কৰে ?

(ক) পুখুৰী, অৰণ্য আৰু ঘাঁহনিত বাস কৰে

(খ) পানীত বাস কৰে

(গ) ঘাঁহনিত বাস কৰে

উত্তৰঃ (ক) পুখুৰী, অৰণ্য আৰু ঘাঁহনিত বাস কৰে

১২। জলচৰ জীৱৰ খাদ্য শৃংখলৰ প্ৰাৰ্থমিক স্তৰ কি ?

(ক) প্লাৱকবোৰ

(খ) খাদ্যবোৰ

(গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (ক) প্লাৱকবোৰ

১৩। ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাণী আৰু উদ্ভিদৰ সমষ্টিক কি বোলে ?

(ক) খাদ্য শৃংখল  বোলে

(খ) প্লাৱক বোলে

(গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) প্লাৱক বোলে

১৪। প্লাৱকবোৰক কোনে খায় ?

(ক) সৰু সৰু মাছ বা লালুকীয়ে খায়

(খ) সাপে খায়

(গ) ভেঁকুলীয়ে খায়

উত্তৰঃ  (ক) সৰু সৰু মাছ বা লালুকীয়ে খায়

১৫। প্ৰাণীবোৰে কিহৰ দ্বাৰা শক্তি লাভ কৰে ?

(ক) বায়ুৰ দ্বাৰা

(খ) খাদ্যৰ দ্বাৰা

(গ) পানীৰ দ্বাৰা

উত্তৰঃ খাদ্যৰ দ্বাৰা

Type: Pompi Hazarika