SVN Class 4 Ramayanar Sadhu | Chapter 28 | বীৰ লৱ-কুশ | MCQs |

Chapter 28

বীৰ লৱ-কুশ

১) কাৰ ৰাজ্য সকলো মানুহ সুখী আছিল ?

(ক) ৰামৰ ৰাজ্য

(খ) বিভীষণৰ ৰাজ্য

(গ) সুগ্ৰীৱ ৰাজ্য

উত্তৰঃ (ক) ৰামৰ ৰাজ্য

২) কোনে নিজৰ ঘৈণীয়েকক সদায় মাৰিছিল ?

(ক) ৰামে

(খ) ৰাৱণে

(গ) ধোবাৰ

উত্তৰঃ (গ) ধোবাৰ

৩) ৰামে কি ত্যাগ কৰিম বুলি ভাবিলে ?

(ক) সীতাক

(খ) ৰাজপাতক

(গ) ভৰতক

উত্তৰঃ (ক) সীতাক

৪) প্ৰজাৰ কাৰণে কোনে নিজৰ প্ৰেমৰ বলিদান দিলে ?

(ক) ভৰতে

(খ) লক্ষ্মণে

(গ) ৰামে

উত্তৰঃ (গ) ৰামে

৫) সীতা কোন ঋষিৰ আশ্ৰমত আছিল ?

(ক) বিশ্বামিত্ৰ ঋষিৰ

(খ) বাল্মীকি ঋষিৰ

(গ) বশিষ্ঠ ঋষিৰ

উত্তৰঃ (খ) বাল্মীকি ঋষিৰ

৬) সীতা পুত্ৰ নাম কি আছিল ?

(ক) লৱ-কুশ

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) নল-নীল

উত্তৰঃ (ক) লৱ-কুশ

৭) লৱ-কুশ কোন আছিল ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) ৰাৱণ আৰু মন্দোদৰী পুত্ৰ আছিল

(গ) ৰাম আৰু সীতাৰ পুত্ৰ আছিল

উত্তৰঃ (গ) ৰাম আৰু সীতাৰ পুত্ৰ আছিল

৮) কোন সেই সময়ত গৰ্ভৱতী আছিল ?

(ক) সীতা

(খ) মোহিনী

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) সীতা

৯) ৰামে কাক বেছি চেনেহ কৰিছিল ?

(ক) ভৰতক

(খ) সীতাক

(গ) ৰাজপাতক

উত্তৰঃ (খ) সীতাক

১০) লৱ-কুশ কাৰ পূত্ৰ আছিল ?

(ক) ৰাৱণৰ আৰু মন্দোদৰী

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) ৰাম আৰু সীতা

উত্তৰঃ (গ) ৰাম আৰু সীতা

Type: Pompi Hazarika