পৰিমাণৰ তুলনা। Class 8 Mathematics Lesson 8.5 Solution Assam | অষ্টম শ্ৰেণীৰ বাবে পৰিমাণৰ তুলনা পাঠটো প্ৰশ্ন আৰু উত্তৰ ।

পৰিমাণৰ তুলনা

অনুশীলনী 8.5

1. দিল্লীৰ এটা প্ৰতিষ্ঠানৰ পৰা জয়পুৰৰ এটা প্ৰতিষ্ঠানলৈ হোৱা লেনদেনৰ হিচাপ এনেধৰণৰ-  সৰ্ব্বোচ্চ খুচুৰা মূল্য 60,000 টকা, ৰেহাই 20%, জি এছ টি (GST) 28%

হ’লে ৰেহাইৰ পৰিমাণ, বিক্ৰীমূল্য, চি জি এছ টি, এছ জি  এছ টি, আই জি এছ টি আৰু বিসৰ পৰিমাণ উলিওৱা।

Solution:  

2. গুৱাহাটীৰ এটা বিতৰণ কেন্দ্ৰৰ পৰা ধুবুৰীৰ এটা বিতৰণ কেন্দ্ৰলৈ হোৱা লেনদেনৰ হিচাপ এনে ধৰণৰ- সৰ্ব্বোচ্চ খুচুৰা মূল্য 90,000 টকা, ৰেহাই 30%, এছ জি এছ টি 9%, চি জি এছ টি 9%  হ’লে বিক্ৰীমূল্য এছ জি এছ টি, চি জি এছ টি, আই জি এছ টি, আৰু বিলৰ পৰিমাণ পৰিমাণ উলিওৱা।

Solution: 

3. তলৰ বিলখনৰ খালী ছাইবোৰ পূৰ কৰি বিলৰ পৰিমাণ উলিওৱাঃ

Solution: 

Type: Pompi Hazarika