লেখৰ সৈতে পৰিচয়। Class 8 Mathematics Lesson 15.2 Solution Assam | অষ্টম শ্ৰেণীৰ বাবে লেখৰ সৈতে পৰিচয় পাঠটো প্ৰশ্ন

লেখৰ সৈতে পৰিচয়

অনুশীলনী 15.2

1. তলৰ বিন্দুবোৰৰ ভূজ আৰু কোটি নিৰ্ণয় কৰাঃ

(i) (0,4)

Solution: ভূজ=0, কোটি=4

(ii) (5,9)

Solution: ভূজ=5,কোটি=9

iii) (7,7)

Solution: ভূজ=7,কোটি=7

(iv) (5,0)

Solution: ভূজ=5,কোটি=0

2. তলৰ বিন্দুবোৰ কোন অক্ষত থাকিব লিখাঃ

(i) (3,0)

Solution: X অক্ষত থাকিব।

(ii) (0,8)

Solution: Y অক্ষত থাকিব।

(iii) (9,0)

Solution: X অক্ষত থাকিব।

(iv) (0,10)

Solution: Y অক্ষত থাকিব।

3. তলত দিয়া বিন্দুবোৰ লেখ কাগজত বহুওৱা আৰু বিন্দুবোৰ একেডাল ৰেখাত আছেনে পৰীক্ষা কৰি চোৱা ঃ

(i) A(2,2)    B(3,3)  C(5,5)  D(6,6)

একেডাল ৰেখাতে আছে।

(ii) K(4,0)    L(4,2)  M(4,5)  N(4,6)

একেডাল ৰেখাতে আছে।

(iii) P(1,2)   Q(4,4)  R(6,7)

একেডাল ৰেখাতে আছে।

(iv) S(2,1)    T(2,5)  O(5,5)    P(7,7)

একেডাল ৰেখাতে নাই।

4. লেখ কাগজত (2,6) আৰু (5,3) বিন্দু দুটা বহুওৱা। এই বিন্দু দুটাৰ মাজেৰে যোৱা ৰেখাডাল X অক্ষ আৰু Y অক্ষত ছেদ কৰা বিন্দু দুটাৰ স্থানাংক নিৰ্ণয় কৰা।

xঅক্ষডাল (8,0)

yঅক্ষডাল (0,8) 

5. তলত লেখ কাকতত অংকন কৰা জ্যামিতিক আকৃতিবোৰৰ শীৰ্ষ বিন্দুৰ স্থানাংক লিখা যেনে- S(3,8) ইত্যাদি।

Solution: 

6. শুদ্ধ অশুদ্ধ বিচাৰ কৰা আৰু অশুদ্ধবোৰ শুদ্ধ ৰূপত লিখাঃ

i) এটা বিন্দুৰ স্থানাংক (5,0) হ’লে বিন্দুটো Y অক্ষত থাকিব।

Solution:  অশুদ্ধ। এটা বিন্দুৰ স্থানাংক (5,0) হ’লে বিন্দুটো X অক্ষত থাকিব।

ii) এটা বিন্দুৰ X-স্থানাংক 0, কিন্তু Yৰ স্থানাংক 0 নহয়, তেন্তে বিন্দুটো Y অক্ষত থাকিব।

Solution: শুদ্ধ।

iii) মূল বিন্দুৰ স্থানাংক (0,0)।

Solution: শুদ্ধ।

Type: Pompi Hazarika