লেখৰ সৈতে পৰিচয়। Class 8 Mathematics Lesson 15.3 Solution Assam | অষ্টম শ্ৰেণীৰ বাবে লেখৰ সৈতে পৰিচয় পাঠটো প্ৰশ্ন

লেখৰ সৈতে পৰিচয়

অনুশীলনী 15.3

1. তলৰ তালিকাত দিয়া মানৰ সহায়ত উপযুক্ত স্কেল ব্যৱহাৰ কৰি ৰৈখিক লেখ আঁকা।

 (a) কণীৰ মূল্য

(b) এখন গাড়ীয়ে অতিক্ৰম কৰা দূৰত্ব-

লেখৰ সহায়ত উত্তৰ দিয়া-

i) 300 কি মি অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব?

Solution: 300 কি মি অতিক্ৰম কৰিবলৈ 6 ঘন্টা সময় লাগিব।

ii) 5 ঘন্টাত কিমান দূৰ বাট অতিক্ৰম কৰিব?

Solution:5 ঘন্টাত 250 কি মি বাট অতিক্ৰম কৰিব।

c) মূলধন আৰু সুতৰ হাৰৰ ওপৰত-

লেখৰ সহায়ত প্ৰশ্ন কেইটাৰ উত্তৰ দিয়া-

    i) 400 টকাৰ সুত কিমান হ’ব?

Solution: 400 টকাৰ সুত 40 টকা হ’ব।

   ii) 120 টকা সুত পাবলৈ মূলধন কিমান হ’ব লাগিব?

Solution: 120 টকা সুত পাবলৈ মূলধন 1200 টকা হ’ব লাগিব।

2.তলৰ তালিকাত 6ৰ গুণিতকবোৰ দিয়া আছে। তাৰ সহায়ত এডাল ৰৈখিক লেখ অংকন কৰা।


3. তলৰ তালিকাত কেইটামান সংখ্যাৰ ঘনফলবোৰ দিয়া আছে। এডাল লেখ আঁকা। লেখডাল ৰৈখিক লেখ হয়নে?

Type: Pompi Hazarika