সাঁকো | অধ্যায় ১৫ | Chapter 15 | Class 4 Assamese Question Answer Jatiya Bidyalay | অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ | Download Free Question Answer Assam Jatiya Bidyalay Class 4 |

পাঠ: পোন্ধৰ

  সাঁকো

*অৰ্থৰ সৈতে চিনাকি হওঁ আহাঃ

সেতু = সাঁকো; দলং; বান্ধ

স্মৰণীয় = মনত ৰাখিব লগীয়া

চমৎকাৰ = বিস্ময়কৰ; আশ্চৰ্য্যজনক

নিৰ্মাণ = গঠন কৰা কাৰ্য্য; সজা কাৰ্য্য

ভাৰ্যা = স্ত্ৰী; পত্নী

মহাকাব্য = পৌৰাণিক-ঐতিহাসিক ঘটনাসম্বলিত বহু পৰ্ব বা কাণ্ডত বিভক্ত, বিচিত্ৰ ছন্দত সজ্জিত, চিৰন্তন আদৰ্শৰাজিৰে বৃহৎ কাব্য

[১] প্ৰথমে কোৱা, তাৰ পাছত লিখাঃ

ক) কলীয়াভোমোৰা দলং আৰু নৰনাৰায়ণ সেতুৱে কোন কোন জিলা সংযোগ কৰিছে?

উত্তৰঃ 

খ) দলংবোৰৰ পৰা আমাৰ কি কি উপকাৰ হয়?

উত্তৰঃ 

গ) ‘দলং’ শব্দটোৰ একে অৰ্থ বুজোৱা আৰু দুটা শব্দ কি কি বাৰু?

উত্তৰঃ 

ঘ) সাঁকো কিহেৰে সজা হয়?

উত্তৰঃ 

ঙ) শিলসাঁকো ক’ত বুলি জনা যায়? এই শিলসাঁকোৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ

চ) প্ৰতাপসিংহই কোনখন নৈৰ ওপৰত শিলৰ সাঁকো সজাইছিল?

উত্তৰঃ 

ছ) ৰুদ্ৰসিংহই অসমৰ উন্নতিৰ বাবে কি কি কাম কৰিছিল?

উত্তৰঃ

[২] বাক্য ৰচনা কৰাঃ

সাঁকোঃ

সেতুঃ

সৈন্যবাহিনীঃ

গৌৰৱঃ

[৩] পাঠটোত কেইখনমান নৈৰ নামৰ উল্লেখ আছে। তুমি জনা অইন কেইখনমান নৈৰ নাম লিখা।

[৪] বুজা আৰু লিখাঃ

এক + টা ——-

দুই + টা  ———

তিনি + টা——–

চাৰি + টা ———

পাঁচ + টা ———–

[৫] পঢ়া আৰু লিখাঃ

সৰু আৰু বৰ =

কলা আৰু কৃষ্টি =

দৌল আৰু দেৱালয় =

মন্দিৰ আৰু মছজিদ =

ভাষা আৰু সাহিত্য =

সমাজ আৰু সংস্কৃতি =

[৬] পঢ়া, বুজা আৰু লিখাঃ

অহা-যোৱা =

চলা-ফিৰা =

ফুৰা-চকা =

দেখা-শুনা =

পিন্ধা-উৰা =

খোৱা-লোৱা =

[৭] পঢ়া, বুজা আৰু লিখাঃ

ক) পাহাৰৰ পৰা বৈ অহা সৰু নৈ =

খ) কোনো নৈৰ পৰা এসোঁতা পানী ফাটি গৈ পুনৰ সেই নৈত পৰে =

গ) পৰ্বতৰ পৰা ওলাই নৈত পৰা পানী =

ঘ) বন্ধ হৈ থকা আহল-বহল পানীভাগ =

ঙ) মানুহে পানী ৰাখিবলৈ খন্দা চাৰিচুকীয়া বা আন আকাৰৰ দ ঠাই =

চ) খৰালি শুকাই যোৱা দীঘলীয়া দ ঠাই =

[৮] বুজা আৰু খালী ঠাই পূৰোৱাঃ

ক) জোতা-চেণ্ডল চিলাই কৰোঁতাজন =

খ) বাঁহ-বেতৰ সঁজুলি তৈয়াৰ কৰোঁতাজন =

গ) খেতিৰ কাম কৰোঁতাজন =

ঘ) চুলি কাটি জীৱিকা নিৰ্বাহ কৰোঁতাজন =

ঙ) মাছ মাৰি জীৱিকা নিৰ্বাহ কৰোঁতাজন =

[৯] ভাবা আৰু কোৱা:

ক) সাঁকো বা দলংবোৰে সমগ্ৰ মানৱজাতিৰ মাজত মিলনৰ সেতু গঢ়াত কেনেদৰে সহায় কৰিছে?

খ) সাঁকো বা দলংবোৰ নথকা হ’লে কি হ’লহেতেন?

Type by : Pompi Hazarika