A Holiday in Delhi Lesson | Lesson 5 | Class 6 English Word Meaning

A Holiday in Delhi

Word Meaning

Page No. 57 (word meaning)

Box 1

Recognise – চিনাক্ত কৰক 

below – তলত 

place – ঠাই 

historical – ঐতিহাসিক  

importance –   গুৰুত্ব

tourist –   পৰ্যটক 

interest – আগ্ৰহ 

jumbled –   খেলিমেলি কৰা হৈছে

pairs – যোৰ

page No. 58 (word meaning)

thoughtSpeeding (স্পিডিঙ) – খুব বেগেৰে গৈ থকা 

2. Pestered (পেষ্টৰড) – দিগদাৰী  দিছিল 

3. Holiday (হলিদেই) – বন্ধৰ দিন , চুটিৰ দিন 

4. Pleaded (প্লিডেড) – সমৰ্থনত কোৱা 

Fully

5. Support (চাপ’ট) – সমৰ্থন কৰা 

6. Begged (বেগ্ড) – ভিক্ষা খোজা 

7. Fondly (ফন্দলী) – অনুৰাগেৰে 

8. Recalled (ৰিক’ল্ড) – মনত পেলাইছিল 

9. Reluctant (ৰিলাক্টেন্ট) – বিৰক্ত 

10. Lips (লিপ) – ওঠ

Worry –  চিন্তা

well – বাৰু

recalled – মনত পেলোৱা হৈছে

11. Ultimately (আল্টিমেটলি) – শেষত 

12. Agree (এগ্ৰি) সন্মত হোৱা 

13. Mischievous (ম্চচিভিআচ) – দুষ্ট 

page No 59 (word meaning)

14. Tickets

15. Arranged (এৰেঞ্জড) – যোগাৰ কৰা 

16. Booked (বুক্ড) – আৰক্ষিত কৰা 

trip – ভ্ৰমণ

17. Chalked out (চক্ড আউট) – ৰূপৰেখা প্ৰস্তুত কৰা 

18. Lavish (লভিছ) – খৰচী 

19. Lawn (লন) – ঘাঁহ 

20. Wonderful (ৱন্দাৰফুল) – আচৰ্শ্বকৰ 

21. Complimentary (কমপ্লিমেন্টেৰী) – পৰিপূৰক 

22. Buffet (বাফেট) – সৰু ভোজনালয়

breakfast – জলপান

especially – বিশেষকৈ

structure – আকাৰ

23. Amazed (এমেজড) – আচৰিত হোৱা 

recognized – স্বীকৃত

24. Huge (হিউজ) – ডাঙৰ , প্ৰকাণ্ড

25. Red Fort (ৰেড ফ’ট) – লাল কিল্লা  

26. Shouted (চাউটোড) – চিঞৰিছিল 

27. Excitedly (এক্সাইটেডলী) – উত্তেজনাৰে 

28. Luxury (লাক্জালী) – বিলাসী 

Agra – আগ্ৰা

29. Afford (এফোৰ্ড) – সহ্য কৰিব পৰা 

30. Sped (স্পেড) – বেগত থকা 

31. Felt (ফেল্ট) – অনুভৱ কৰিছিল 

wonderful – আশ্চৰ্যজনক

suddenly – হঠাতে

something – কিবা এটা

32. Below (বিলোড) – তলত 

33. Bent down (বেন্ট ডাউন) – তললৈ হাউলী পৰা 

34. Picked up (পিক্ড আপ) – তুলি লৈছিল 

35. Wallet (ৱালেট) – ধনৰ মোনা 

lying – মিছা কোৱা

floor – মজিয়া

36. Beside (বিচাইড) – কাষত 

37. Usual (ইউজুৱেল) – সামান্য 

38. Asleep (এচলিপ) – শুই পৰা 

got – পাইছে

39. Embarrassed (এমবেৰেচড) – লাজ পোৱা 

habit (হেবিত) – অভ্যাস

find (ফাইন্দ) – বিচাৰ 

owner (অন্যাৰ) – মালিক

40. Woke up (ৱোক আপ) – জগাই দিছিল 

41. Trace (ট্ৰেছ) – খোজৰ চিন বিচৰা 

42. Returned (ৰিটাৰ্ণড) – উভতাই দিছিল 

43. Slip of paper (স্লিপ অৱ পেপাৰ) – কাগজৰ টুকুৰা 

inside – ভিতৰত

person – ব্যক্তি

dialed – ডায়েল কৰা হৈছে

44. By any chance (বাই এনি চাঞ্চ) – কিবা প্ৰকাৰে

  page no 60 (word meaning)

45. Worried (ৱৰিদ) – চিন্তা কৰিছিল 

46. ATM card (এটিএম কাৰ্ড) – এটিএম পত্ৰ

driving licence

47. Visiting (ভিজিটিঙ) – দৰ্শন কৰা  

48. Would be Stopping (ৱুদ বি ষ্টপিঙ) – যাত্ৰাৰ মাজতে ৰোৱা 

49. Described (ডেচক্ৰইৱড) – বৰ্ণনা কৰিছিল

50. Hour’s time (আৱাৰচ টাইম) – এ ঘন্টা সময়

51. Hand over (হেন্দ অভাৰ) – সপি দিয়া 

52. Meanwhile (মিনহোৱাইল) – এনে সময়তে 

53. Fixed (ফিক্সড) – লাগি ধৰিছিল

54. Stood (ষ্টুড) – থিয় হৈছিল

55. Introduced (ইন্ট্ৰোডিউচ্ড) – চিনাকী কৰি দিয়া 

56. Businessman (বিছনেছমেন) – ব্যৱসায়ী

57. Offering (অফাৰিঙ) – প্ৰস্তাৱ কৰা 

58. Refused (ৰিফিউজড) – নাকচ কৰিছিল  

59. Lost (লষ্ট) – হেৰাই যোৱা 

60. Promise (প্ৰমিছ) – কথা দিয়া 

61. Keep in touch (কিপ ইন টাচ্চ) – সংযোগত থকা 

Type: Pompi Hazarika