AJB Class 7 Social Science। Chapter 7 । ভাৰতত ইংৰাজ সাম্ৰাজ্য বিস্তাৰ আৰু সুদৃঢ়কৰণ । Short Question Answer

Chapter 7

ভাৰতত ইংৰাজ সাম্ৰাজ্য বিস্তাৰ আৰু সুদৃঢ়কৰণ

১। কিমান খ্ৰি.ত বংগদেশত দুৰ্ভিক্ষ হৈ বহুত মানুহ মৃত্যু হয় ?

উত্তৰঃ ১৭৭০ খ্ৰি.ত বংগদেশত দুৰ্ভিক্ষ হৈ বহুত মানুহ মৃত্যু হয়।

২। চিৰস্থায়ী বন্দবস্তিৰ প্ৰৱৰ্তন কোনে কৰিছিল ?

উত্তৰঃ  চিৰস্থায়ী বন্দবস্তিৰ প্ৰৱৰ্তন কৰ্ণৱালিছে কৰিছিল।

৩। কোনে ১৭৮৫ খ্ৰি.ত পদগত্যাগ কৰি ইংলেণ্ডলৈ ঘূৰি যায় ?

উত্তৰঃ হেষ্টিংছে ১৭৮৫ খ্ৰি.ত পদগত্যাগ কৰি ইংলেণ্ডলৈ ঘূৰি যায়।

৪। কিমান খ্ৰি.ত বংগদেশৰ গৱৰ্ণৰ নিযুক্তি দিয়ে ?

উত্তৰঃ ১৭৭২ খ্ৰি.ত বংগদেশৰ গৱৰ্ণৰ নিযুক্তি দিয়ে।

৫।  লৰ্ড কৰ্ণৱালিজ কোন চনত জন্ম হৈছিল ?

উত্তৰঃ লৰ্ড কৰ্ণৱালিজ ১৭৮৬ চনত জন্ম হৈছিল। 

৬। ১৭৭২ খ্ৰি.ত কোনে বংগদেশৰ গৱৰ্ণৰ হৈ আহে ?

উত্তৰঃ ১৭৭২ খ্ৰি.ত ৱাৰেণ হেষ্টিংছে দেশৰ গৱৰ্ণৰ হৈ আহে।

৭। লৰ্ড বেন্টিংক শাসনকালক কেইটা ভাগত ভগাব পাৰি ?

উত্তৰঃ লৰ্ড বেন্টিংক শাসনকালক দুটা ভাগত ভগাব পাৰি।

৮। কৰ্ণৱালিজ এজন কি আছিল ?

উত্তৰঃ কৰ্ণৱালিজ এজন সুদক্ষ প্ৰশাসক আছিল। 

৯। ১৮১৩ চনত কৰা আন এখন চনদেক’ম্পেনিৰ এচেতিয়া ব্যৱাসায় বন্ধ কৰে ?

উত্তৰঃ ১৮১৩ চনত কৰা আন এখন চনদে ক’ম্পেনিৰ এচেতিয়া ব্যৱাসায় বন্ধ কৰে।

১০।  লৰ্ড কৰ্ণৱালিজ ৰ মৃত্যু কিমান চনত হৈছিল ?

উত্তৰঃ লৰ্ড কৰ্ণৱালিজ মৃত্যু ১৭৯৩ চনত হৈছিল। 

১১। লৰ্ড আৰ্মহাষ্টৰ পিছত গৱৰ্ণৰ জেনেৰেল হৈ কোন আহে ?

উত্তৰঃ লৰ্ড আৰ্মষ্টাৰ পিছত গৱৰ্মৰ জেনেৰেল হৈ লৰ্ড বেন্টিংক আহে ।

১২। কিমান খ্ৰি.ত ইংলেণ্ডৰ সংসদে ভাৰতৰ শাসন ব্যৱস্থাৰ বাবে এখন চনদ প্ৰৱৰ্তন কৰে ? 

উত্তৰঃ ১৭৭৩ খ্ৰি.ত ইংলেণ্ডৰ সংসদে ভাৰতৰ শাসন ব্যৱস্থা বাবে এখন চনদ প্ৰৱৰ্তন কৰে । 

১৩। কোনে বিধাবা আইন আৰুি পাশ্চাত্য শইক্ষা প্ৰচলন কৰিছিল ?

উত্তৰঃ বেন্টিকে বিধবা আইন আৰুি পাশ্চাত্য শইক্ষা প্ৰচলন কৰিছিল।

১৪। ১৭৯১ চনত বাৰাণসীত কি কলেজ স্থাপন হয় ?

উত্তৰঃ ১৭৯১ চনত বাৰাণসীত হিন্দু কলেজ স্থাপন হয় ।

১৫। কিমান চনত ক’লকাতা, চেন্নাই আৰু মুম্বাইত উচ্চ ন্যায়ালয় স্থাপন কৰা হয় ?

উত্তৰঃ ১৮৬৫ চনত ক’লকাতা, চেন্নাই আৰু মুম্বাইত উচ্চ ন্যায়ালয় স্থাপন কৰা হয়।

১৬। ‘এছিয়াটিক বেঙ্গল ছ’ছাইটি’ কাৰ দিনত স্থাপন হৈছিল ?

উত্তৰঃ  ‘এছিয়াটিক বেঙ্গল ছ’ছাইটি’ ৱাৰেণ হেষ্টিংছৰ দিনত স্থাপন হৈছিল। 

১৭। কৰ্ণৱালিছে কেইটা প্ৰন্থ হাতত লৈছিল ?

উত্তৰঃ  কৰ্ণৱালিছে ৪ টা প্ৰন্থ হাতত লৈছিল।

১৮। ইংৰাজৰ শাসন ব্যৱস্থা মূলত কেইটা ভাগত বিভক্ত কৰা হৈছে ?

উত্তৰঃ ইংৰাজৰ শাসন ব্যৱস্থা মূলত তিনিটা ভাগত বিভক্ত কৰা হৈছে। 

১৯। কোনে বশ্যতামূলত মিত্ৰতা নীতি গ্ৰহণ কৰিছিল ?

উত্তৰঃ লৰ্ড ৱেলেছলিয়ে বশ্যতামূলত মিত্ৰতা নীতি গ্ৰহণ কৰিছিল।    

২০। হেষ্টিংছৰ পদবী কি আছিল ? 

উত্তৰঃ হেষ্টিংছৰ পদবী আছিল ক্ৰমে সমাহৰ্তা আৰু দেৱান।

Type – Boby Bora