Class 5 Environment | Chapter 17 | আমাৰ দেশ ভাৰতবৰ্ষ | Question and Answer Assam | পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ প্ৰশ্ন উত্তৰ |

Chapter 17

আমাৰ দেশ ভাৰতবৰ্ষ

১। উত্তৰ  লিখা-

(ক) ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম।

উত্তৰঃ 

(খ) ভাৰতবৰ্ষ প্ৰধান প্ৰাকৃতিক অঞ্চলসমূহৰ নাম।

উত্তৰঃ 

(গ) ভাৰতৰ চাৰিখন প্ৰধান নৈৰ নাম।

উত্তৰঃ 

(ঘ) দক্ষিণৰ মালভূমি অঞ্চলৰ চাৰিখন পৰ্বতৰ নাম।

উত্তৰঃ 

(ঙ) উপকূল অঞ্চলত থকা ৰাজ্যকেইখনৰ নাম।

উত্তৰঃ 

(চ) ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ নাম ।

উত্তৰঃ 

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা।

‘ক’    –    ‘খ’

চিকিম –

তামিলনাডু –

হাৰিয়ানা –

ঝাড়খণ্ড –

মহাৰাষ্ট্ৰ –

৩। তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা-

(ক) থৰ মৰুভূমি উত্তৰৰ সমভূমি/উপকূল অঞ্চলত অৱস্তিত।

উত্তৰঃ 

(খ) পাৰ্বত্য অঞ্চলত ধান খেতি/গোমধানৰ খেতি হয় ।

উত্তৰঃ 

(গ) মৰুভূমিত বালি/পানীৰ অভাৱ ।

উত্তৰঃ 

(ঘ) গোদাবাৰী/গংগা দক্ষিণৰ মালভূমি অঞ্চলৰ মাজেদি বৈ যোৱা নৈ।

উত্তৰঃ 

(ঙ) মৰুভূমিত জনবসতি পাতল/ঘন ।

উত্তৰঃ 

৪। খালী ঠাই পূৰ কৰা- 

(ক) ভাৰতবৰ্ষত   খন ৰাজ্য আছে। 

(খ) থৰ এখন 

(গ) পশ্চিমঘাট পৰ্বত   অঞ্চলত অৱস্থিত।

(ঘ)  পৰ্বতমালাই ভা’ৰতৰ পশ্চিম, উত্তৰ আৰু পূব দিশক আগুৰি আছে।

(ঙ) ভাৰতৰ ৰাজধানী 

৫। ভাৰত নামটো উতপত্তিৰ বিষয়ে লিখা।

উত্তৰঃ 

৬। ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বূজা?

উত্তৰঃ 

৭। মালভূমি অঞ্চলত কি কি খেতি কৰা হয়?

উত্তৰঃ 

Type: Pompi Hazarika