Class 8 Assamese Book Chapter 1। নিয়ৰ। Short Question Answer

Chapter 1

নিয়ৰ

1/ মুকুতা মণিটি কিহত জিলিকা ? 

উত্তৰঃ মুকুতা মণিটি পাহিত জিলিকা। 

2/ নিশাৰ তৰা এটি সৰিয়েহে আছে ক’ত টোপনি যোৱা ?

উত্তৰঃ নিশাৰ তৰা এটি সৰিয়েহে আছে সৰগত টোপনি যোৱা।

3/ নিজম আকাশৰ নিচুক কথাটি ক’ত থৈছে সাঁচি ? 

উত্তৰঃ নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি। 

4/ফুলনিত কোনে নিশা নাচিছিল ? 

উত্তৰঃ ফুলনিত নিয়ৰৰ টোপাল বোৰে নাচিছিল। 

5/ নিয়ৰ কবিতাটিৰ কবিগৰাকীৰ নাম কি ? 

উত্তৰঃ নিয়ৰ কবিতাটিৰ কবিগৰাকীৰ নাম হ’ল কবি-চন্দ্ৰকুমাৰ আগৰৱালা।