SCERT Class 5 Assamese। Chapter 1। অসম আমাৰ ৰূপহী । Short Question Answer

 Chapter 1

অসম আমাৰ ৰূপহী

১/ ৰূপহী বুলি কাক কোৱা হৈছে ? 

উত্তৰঃ ৰূপহী বুলি আমাৰ অসমক কোৱা হৈছে।

২/ পূৰ্ব দিশৰ সূৰ্য উঠা দেশ বুলি কাক কোৱা হৈছে ? 

উত্তৰঃ ভাৰতক কোৱা হৈছে ।

৩/ কাৰ দেশৰ মাটি ইমান ৰসাল ? 

উত্তৰঃ অসম দেশৰ মাটি  ইমান ৰসাল ।

৪/ কি মাহত আমাৰ আই মহুৰা হৈ ঘূৰে ?

উত্তৰঃ ব’হাগ মাহত আমাৰ আই মহুৰা হৈ ঘূৰে ।

৫/ কি মাহত সোণৰ হাতেৰে লখিমী আদৰে ? 

উত্তৰঃ মাঘ মাহত  সোণৰ হাতেৰে লখিমী আদৰে ।

৬/  কি নিশাই তৰাৰে সজাই আইৰে কেশ ? 

উত্তৰঃ শৰৎ নিশাই ।

৭/ মিলন সেতু কিহেৰে গঢ়ে ?

উত্তৰঃ আমাৰ ভাষাৰ মৰমবোৰে ।

৮/ জন্ম ললোঁ ইয়াতেই , ইয়াতে যেন মৰোঁ বুলি কোনে কৈছিল ?

উত্তৰঃ কবিয়ে কৈছিল ।

৯/ কবি জনৰ নাম কি ?

উত্তৰঃ ড° ভূপেন হাজৰিকা ।

১০/ ড° ভূপেন হাজৰিকা ক’ত মৃত্য়ুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল ? 

উত্তৰঃ লৌহিত্য়ৰে বহল পাৰক প্ৰণিপাত কৰোঁ ।

১১/ ড° ভূপেন হাজৰিকা কিমান চনত জন্ম হৈছিল  আৰু কিমান চনত দেবাৱসান হৈছিল ?

উত্তৰঃ ৮ ছেপ্টেম্বৰ ১৯২৬ জন্ম হৈছিল আৰু ৫ নৱেম্বৰত ২০১১ চনত (মুম্বাইত) দেহাৱসান হৈছিল ।

১২ ড° ভূপেন হাজৰিকা পিতৃ – মাতৃ নাম কি আছিল ?

উত্তৰঃ পিতৃ নাম আছিল নীলকান্ত হাজৰিতকা আৰু মাতৃ নাম শান্তিপ্ৰিয়া হাজৰিকা ।

১৩আকাশবাণীত গীত কোন চনত পৰিৱেশন কৰিছিল ?

উত্তৰঃ ১৯৪৩ চনত পৰিৱেশন কৰিছিল ।

১৪মানুহে মানুহৰ বাবে গীতটো ৰচনা কিনাম চনত কৰিছিল ?

উত্তৰঃ ১৯৬০ চনত ৰচনা কৰিছিল ।

১৫ড° ভূপেন হাজৰিকাই অসম চৰকাৰ পৰা কি উপাধি লাভ কৰিছিল ?

উত্তৰঃ অসম ৰত্ন উপাধি লাভ কৰিছিল ।

১৬/ ভাৰতৰে কোনটো দিশ সূৰ্য উঠা দেশ ?

উত্তৰঃ পূৰ্ব দিশটো সূৰ্য উঠা দেশ ।

১৭/ গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰবক্তাৰূপে কিনাম চনত যোগদান কৰিছিল ?

উত্তৰঃ ১৯৫৪ চনত ।

১৮/ড° ভূপেন হাজৰিকাই ভাৰত চৰকাৰ পৰা সন্মান লাভ কৰিছিল ?

উত্তৰঃ  ‘পদ্মভৃূষণ’ সন্মান লাভ কৰিছিল ।

১৯/ জয়মতী বোলছবিৰ বাবে দুটি গীত বাণীবদ্ধ কৰিছিল আৰু কিনাম চনত ?

উত্তৰঃ ড° ভূপেন হাজৰিকা দুটি গীত বাণীবদ্ধ কৰিছিল আৰু ১৯৩৬ চনত।

২০/ লটি-ঘটি কথাছবিৰ বাবে ৰাষ্ট্ৰপতিৰ পদ কিমান চনত লাভ কৰিছিল ?

উত্তৰঃ ১৯৬৬ চনত লাভ কৰিছিল । 

Type – Boby Bora