SCERT Class 5 Assamese। Chapter 12 । আগতে নিজে নিকা হ’ । Short Question Answer

Chapter 12

আগতে নিজে নিকা হ’

১/ আনক ধোৱাৰ আগতে ভাই নিজকে কি হবলৈ কৈছে ? 

উত্তৰঃ নিজকে নিকা হবলৈ কৈছে । 

২/ নিজৰ হিয়া আৰু কি ধুই পখালি ল বুলি কৈছে ? 

উত্তৰঃ নিজৰ হিয়া-মনৰ মলি ধুই পখালি ল বুলি কৈছে । 

৩/ আনক কোৱাৰ আগখিনিতে কি কবলৈ কৈছে ?  

উত্তৰঃ নিজক সঁচা কবলৈ কৈছে । 

৪/ জীৱন ভৰাই কি কি জমা হ’ব ? 

উত্তৰঃ জীৱন ভৰাই জমা হ’ব ধন-সোন আত্মিক । 

৫/ কবিতাটিৰ কবি কোন ? 

উত্তৰঃ কবি- অম্বিকাগিৰী ৰায়চৌধুৰী । 

৬/

ত + ম = ত্ম ,  জ + ন + ম = জন্ম

স + ক = স্ক ,   ই + স + ক + ল = ইস্কল   

যু + ক + ত = যুক্ত ,  শ + ব + দ = শব্দ 

ভাঙিব লাগিব শিল

৭/ ক্ষত-বিক্ষত অঙ্গ আৱৰি মুখেদি কি পৰিব বাগৰি  ? 

উত্তৰঃ মুখেদি ৰক্ত পৰিব বাগৰি । 

 ৮/ কি ভাগৰি পৰাৰ কথা কৈছে ?

উত্তৰঃ কলিজাকণিও পৰিব ভাগৰি । 

৯/ শত জনমৰ কলঙ্ক কালিমা পূজি সাঁচি লোৱা গোলামি গৰিমা উটুৱাই নিব বাঢ়িব মহিমা তেহে কি হ’ব ?

উত্তৰঃ তেহে ক’লা-বগা হ’ব মিল ।

১০/ ভাঙিব লাগিব শিল কবিতাটিৰ কবি কোন ? 

উত্তৰঃ কবি- অম্বিকাগিৰী ৰায়চোধুৰী । 

Type – Boby Bora