SCERT Class 5 Assamese। Chapter 3। অৰূপৰ আৱেদন । Short Question Answer

Chapter 3

অৰূপৰ আৱেদন 

১/ বহুদিনৰ মূৰত অৰূপ ক’ত  আহিছে ? 

উত্তৰঃ বহুদিনৰ মূৰত অৰূপ স্কুললৈ আহিছে । 

২/ শ্ৰেণী কোঠাত কোন সোমাল ? 

উত্তৰঃ ৰেহেনা খাতুন বাইদেউ । 

৩/ হয় বাইদেউ বুলি কৈ সি  কি উলিয়াই দিলে ? 

উত্তৰঃ তাৰ জেপৰ পৰ এখন কাগজ উলিয়াই দিলে ।

৪/ কিমান তাৰিখে সি গাৱঁৰ এঘৰলৈ ভোজ খাবলৈ গৈছিল ? 

উত্তৰঃ ০৫-০৫-১২ তাৰিখে  ভোজ খাবলৈ গৈছিল ।

৫/ কাৰ পেট-চলা আৰম্ভ হৈছিল ?

উত্তৰঃ অৰূপৰ ।

৬/ অৰূপ কেই দিন স্কুলত আহা নাছিল ?

উত্তৰঃ দহদিন স্কুলত আহা নাছিল ।

৭/ অৰূপ কোন শ্ৰেণীত পঢ়ে ?

উত্তৰঃ পঞ্চম শ্ৰেণীত পঢ়ে । 

৮/ স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হলে কি কৰিব লাগে ?

উত্তৰঃ ছুটি মঞ্জুৰীৰ বাবে আৱেদন দিব লাগে । 

৯/ আৱেদনক  কি বুলি কোৱা হয় ?

উত্তৰঃ দৰ্খাস্ত বুলি কোৱা হয় । 

১০/ ৰেহেনা বাইদেৱে ব’ৰ্ডত কি লিখি দিলে ?

উত্তৰঃ আৱেদন লিখি দিলে । 

১১/ অৰূপে পঢ়া স্কুলখনৰ নাম কি ? 

উত্তৰঃ নৱজ্য়োতি আদৰ্শ প্ৰাথমিক বিদ্য়ালয় । 

১২/ অৰূপে কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ স্কুল আহা নাছিল ?

উত্তৰঃ ৫-তাৰিখৰ পৰা ১৪ তাৰিখলৈ আহা নাছিল । 

১৩/ অৰূপৰ ৰোল নং কিমান আছিল ? 

উত্তৰঃ অৰূপৰ ৰোল নং- ৭ । 

১৪/ অৰূপৰ দেউতাকৰ নাম কি ?

উত্তৰঃ জগত হাজৰিকা । 

১৫/ অৰূপৰ পেট-চলাচল সত্য় নে অসত্য় ? 

উত্তৰঃ সত্য় ।

১৬/ দৰ্খাস্ত কিয় লিখে ?

উত্তৰঃ ছুটি বাবে বা কোনো কামৰ অনুগ্ৰহ কৰে ।

১৭/ কোনে বৰ্ডত দৰ্খাস্ত লিখি দিলে ?

উত্তৰঃ ৰেহেনা বাইদেৱে ।

১৮/ প্ৰভেদ শব্দৰ অৰ্থ কি ?

উত্তৰঃ পাৰ্থক্য ।

১৯/ চিঠিৰ চাৰিটা ভাগ আছে ?

উত্তৰ ঃ শিৰোনামা,সম্বোধন , মূল অংশ আৰু সামৰণি ।

২০/ খতি মানে কি ?

উত্তৰঃ স্কুল নোজোৱা বা কাম কৰিবলৈ নোজোৱা আদি ।

Type – Boby Bora