SCERT Class 5 Assamese। Chapter 6 । জোনাকৰ জেউতি । Short Question Answer

Chapter 6

জোনাকৰ জেউতি

১/ গাঁৱত এটা কি স্থাপিত হৈছে ?

উত্তৰঃ পুথিভঁৰাল স্থাপিত হৈছে । 

২/ পুথিভঁৰালটোৰ নাম কি ৰখা হৈছে ? 

উত্তৰঃ জোনাক  । 

৩/ গাৱৰে  পুথিভঁৰালটোৰ পুথিভঁৰালী কাক পাতিছে ? 

উত্তৰঃ নীলকান্ত দাদাক পাতিছে । 

৪/ তেওঁক সকলোৱে কি বুলি কয় ? 

উত্তৰঃ তেওঁক সকলোৱে কিতাপৰ পোক বুলি কয় । 

৫/ গাঁৱৰ গাঁওবুঢ়া যনৰ নাম কি ?

উত্তৰঃ শ্ৰীযুত মাণিক চন্দ্ৰ বৰুৱা । 

৬/ ই আমাৰ সকলোৰে মনৰ আকাশ পোহৰাই তুলিব বুলি কিয় কৈছে ? 

উত্তৰঃ কিয়নো ইয়াত বহুতো কিতাপ থাকিব সেইবিলাক পঢ়িআমি বিভিন্ন দিশৰ জ্ঞান অৰ্জন কৰিব পাৰিম, নতুন নতুন কথা জানিব পাৰিম, নহয়নে বাৰু। 

৭/ ভাৰতৰ প্ৰাচীন  বিশ্ববিদ্য়ালয় নাম কি ? 

উত্তৰঃ নালন্দা বিশ্ববিদ্য়ালয় । 

৮/ তাৰে মাজত বিজ্ঞালৰ সৰু কি কিতাপ আছিল ? 

উত্তৰঃ ১’ নামৰ কিতাপ এখনো আছে । 

৯/ শ্ৰীযুত কমল বৰুৱাই শিশু উপযোগী কেই খন কিতাপ দান কৰে ? 

উত্তৰঃ দহখন কিতাপ পুথিভঁৰালত দান কৰে । 

১০/ অ’, তোমালোকৰ গাঁৱত এইবেলি কি মেলা পাতিব ? 

উত্তৰঃ গ্ৰন্থমেলা । 

Type – Boby Bora