SCERT Class 5 Assamese। Chapter 7 । ফুলকোঁৱৰৰ গীত । Short Question Answer

Chapter 7

ফুলকোঁৱৰৰ গীত

১/ ছমাহৰ বাটকে কেই দিনত গৈছিল ? 

উত্তৰঃ এদিনত গৈছিল । 

২/ কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁৱৰে কিহেৰে মাৰিলে টিপা ? 

উত্তৰঃ ভৰিৰে মাৰিলে টিপা । 

৩/ কাঠৰ পখী ঘোঁৰা এৰি ফুলকাঁৱৰে মুখেৰে কি বজালে ? 

উত্তৰঃ মুখেৰে বজালে শঁখা ।

৪/ কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁলৰে কালৈ মাৰিলে চলি ? 

উত্তৰঃ সৱালৈ মাৰিলে চলি । 

৫/ বাটৰ বাটৰুৱাই কিয় কৰে হৰি হৰি ? 

উত্তৰঃ ফুলৰে তিৰবিৰ দেখি । 

৬/ ই বোলে মালিনী সি বোলে মালিনী তোৰ দশা কি হ’ল ? 

উত্তৰঃ ভাল হ’ল । 

৭/ বাৰে বছৰীয়া শুকান ফুলৰ বাৰী ফুলি কি হ’ল ? 

উত্তৰঃ তমস্কাৰ হ’ল ।

৮/ ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল ? 

উত্তৰঃ কাঠৰ আছিল । 

৯/ ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ ক’ত পৰিছিল ? 

উত্তৰঃ মালিনীৰ বাৰীতে পৰিল । 

১০/  কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁৱৰে সৱালৈ কি মাৰিলে ? 

উত্তৰঃ সৱালৈ মাৰিলে শূল । 

Type – Boby Bora