SVN Class 4 Maths Solution Chapter 13 প্ৰাথমিক চাৰি প্ৰক্ৰিয়া (ক)। Question Answer |

Chapter 13

প্ৰাথমিক চাৰি প্ৰক্ৰিয়া (ক)

সৰল কৰা :

১। ২৭+২৮-৩২+১৮-২০

২। ২০-২১-৭+১১

৩। ২৭+১৪-৩০-৮+১৭-১৩

৪। ৫০-১৫-৮x২+৩×৭-৫x৫

৫। ১২÷৪×৫+৮-১২

৬। ৭×৬÷7+১৬-১৫÷৩

৭। ৮×৬ ÷ ১২-১৭-১২+৭x৬

৮। ১২×৫ ÷ ৬-৩x৪+ ১৫÷৫-২+৪

৯। ৪৫ ÷ ৩× ২-৩×১২÷৯+৩×৭-৬x৩

১০। ৫+২৫÷৫×৫-৭২÷৮x৮+৫৪÷৬×৬

সমাধান কৰাঃ

১।        এটা শ্ৰেণীত ৬ খন বেঞ্চত প্ৰতিখনত ৪ জনকৈ ল’ৰা আৰু ৬ খন বেঞ্চত প্ৰতিখনত ৩ জনীকৈ ছোৱালী বহে। শ্ৰেণীটোত মুঠ ল’ৰা-ছোৱালী কিমান?

২।        ৰিতুয়ে ১০০ টকা লৈ বজাৰলৈ গ’ল। ২ টকা দামৰ ৫ টকা চকলেট, ৫ টকা দামৰ ৩ টুকুৰা ৰবৰ, ৬ টকা দামৰ ২ ডাল পেঞ্চিল। কিনিলে। বজাৰ কৰাৰ পিছত ৰিতুৰ হাতত কেইটকা থাকিল?

Type – Boby Bora