SVN Class 5 Assamese Book। Chapter 21। নিয়ৰ । MCQ Question Answer।

 Chapter 21

নিয়ৰ

১। মুকুতা মণিটি ক’ত জিলিকে ?

1) পাহিত

2) মাটিত

3) ইয়াৰ পৰা এটাো নহয়

Ans: পাহিত

২। নিজমৰ অৰ্থ কি ?

1) নিৰৱতা

2) নিচুকা কথাটি

3) ওপৰৰ দুয়োটায়ে হয়

Ans: ওপৰৰ দুয়োটায়ে হয়

৩। ফুলজুপিত কিহে শোভা কৰে ?

1) নিয়ৰ কলিৰে

2) ফুলৰ পাহিয়ে

3) ইয়াৰ পৰা এটাও নহয়

Ans: নিয়ৰ কলিৰে

৪। ফটিক ৰ অৰ্থ কি ?

1) পৰিষ্কাৰ

2) ফটফটীয়া

3) ওপৰৰ দুয়োটায়ে হয়

Ans: ওপৰৰ দুয়োটায়ে হয়

৫। নিজম আকাশৰ নিচুক কথাটি  কিহত সাঁচি থৈছে ?

1) হিয়াত

2) মনত

3) ইয়াৰ পৰা এটাও নহয়

Ans: হিয়াত

৬। হেঙুলি শব্দৰ অৰ্থ কি ?

1) ৰঙচোৱা

2) ফটফটীয়া

3) ইয়াৰ পৰা এটাও নহয়

Ans: ৰঙচোৱা

৭। স্বচ্ছ অৰ্থ কি ?

1) ইফালে-সিফালে

2) ফটিক

3) ওপৰৰ দুয়োটায়ে হয়

Ans: ওপৰৰ দুয়োটায়ে হয়

৮। নিস্তব্ধতা অৰ্থ কি ?

1) নিৰৱতা

2) নিজম

3) ওপৰৰ দুয়োটায়ে হয়

Ans: ওপৰৰ দুয়োটায়ে হয়

৯। নিয়ৰ কবিতাটোৰ কবিজনৰ নাম কি ?

1) গৰ্গৰাম বৰুৱা

2) চন্দ্ৰকুমাৰ আগৰৱলা

3) বাণীকান্ত কাকতি

Ans: চন্দ্ৰকুমাৰ আগৰৱলা

১০। পৰিস্কাৰ অৰ্থ কি ?

1) চাফা

2) নিকা

3) ওপৰৰ দুয়োটায়ে হয়

Ans: ওপৰৰ দুয়োটায়ে হয়

১১। ফুলনিত নিশা নাচোতে কি ছিগি ৰ’ল ?

1) পাহি

2) মণি

3) ফুলজুপি

Ans: মণি

১২। কিহে ফুলজুপি শোভে ?

1) নিয়ৰ কলিৰে

2) মণি মুকুতাৰে

3) ৰঙা বেলিটিয়ে

Ans: নিয়ৰ কলিৰে

১৩। নিশাৰ তৰা এটি সৰিয়েহে আছে __________ টোপনি যোৱা ।

1) আকাশত

2) সৰগত

3) হিয়াত

Ans: সৰগত

১৪। নিজম আকাশৰ নিচুক কথাটি ক’ত সাঁচি থোৱাৰ কথা কৈছে ?

1) সৰগত

2) আকাশত

3) হিয়াত

Ans: হিয়াত

১৫। কবিয়ে পুৱা কাৰ ফালে চাই আছিল ?

1) নিয়ৰৰ টোপাল

2) হেঙুলি বেলি

3) ফুল

Ans: হেঙুলি বেলি

১৬। সৰিয়েহে আছে মানে কি ?

1) নিজে নিজে সৰি পৰা

2) সৰি পৰিহে আছে

3) সৰি থকা

Ans: সৰি পৰিহে আছে

১৭। কবিয়ে ভাবতে ভাহি কি চাইছে ?

1) চকুৰ পানী

2) মণি

3)নিয়ৰ কলি

Ans: নিয়ৰ কলি

১৮। বায়ুৱে কি জোকাৰি পেলালে ?

1) ফুলৰ পাহি

2) ৰঙা বেলিটি

3) মুকুতা

Ans: ফুলৰ পাহি

১৯। ফুলত কিহে শোভা কৰে ?

1) নিয়ৰৰ কলিৰে

2) এটি তৰা

3) মণি

 Ans: ফুলৰ পাহি

২০। ফুলনিত নাচনীয়ে কেতিয়া নাচিছিল ?

1) ৰাতিপুৱা

2) নিশা

3)সন্ধিয়া

Ans: নিশা

Type – Boby Bora