SVN Class 5 Assamese Book। Chapter 22।  ৰজা পুৰুষ আত্মাভিমান । MCQ Question Answer।

 Chapter 22

ৰজা পুৰুষ আত্মাভিমান

১। কিমান বছৰ আগতে ভাৰতত সৰু সৰু ৰাজ্য আছিল ?

1) আঢ়ৈ হাজাৰ আগতে

2) পাঁচ  হাজৰ আগতে

3) পোন্ধৰ হাজাৰ আগতে

Ans: আঢ়ৈ হাজাৰ আগতে

২। ৰজাসকলৰ মাজত কি আছিল ?

1) মিলা-প্ৰীতি আছিল

2) মিলা-প্ৰীতি  কম আছিল

3) বন্ধত্ব আছিল

Ans: মিলা-প্ৰীতি  কম আছিল

৩। আলেকজেণ্ডাৰ কোনখন ৰাজ্যৰ আছিল ?

1) গ্ৰীচ দেশৰ মেচিদনিয়া ৰাজ্যৰ আছিল

2) নাগালেণ্ডৰ আছিল

3) তিপুৰা  আছিল

Ans: গ্ৰীচ দেশৰ মেচিদনিয়া ৰাজ্যৰ আছিল

৪। ফিলিপৰ পুত্ৰ কোন আছিল ?

1) আলেকজেণ্ডাৰ

2) সৰ্বদমন

3) ইয়াৰ পৰা এটাও নহয়

Ans: আলেকজেণ্ডাৰ

৫। আলেকজেণ্ডাৰ ৰাজপাটত ওঠোতে তেতিয়া তেওঁ বয়স কিমান বছৰ আছিল ?

1) কুৰি বছৰ

2) পঞ্চাচ বছৰ

3) ইয়াৰ পৰা এটাও নহয়

Ans: কুৰি বছৰ

৬। আলেকজেণ্ডাৰ কেনেকুৱা লোক আছিল ?

1) বিদ্যোৎসাহী লোক আছিল

2) ভাল লোক আছিল

3) ইয়াৰ পৰা এটাও নহয়

Ans: বিদ্যোৎসাহী লোক আছিল

৭। আলেকজেণ্ডাৰ কাৰ শিষ্য আছিল ?

1) গ্ৰীক দাশৰ্নিক এৰিষ্ট টলৰ

2) অম্বিয়

3) ইয়াৰ পৰা এটাও নহয়

Ans: গ্ৰীক দাশৰ্নিক এৰিষ্ট টলৰ

৮। আলেকজেণ্ডাৰে  কাৰ লগত মিত্ৰতা কৰিলে ?

1) অম্বিয়ৰ লগত

2) এৰিষ্ট টলৰ লগত

3) ইয়াৰ পৰা এটাও নহয়

Ans: অম্বিয়ৰ লগত

৯।  অভিভূত অৰ্থ কি ?

1) পৰাজিত

2) বশ হোৱা

3) ওপৰৰ দুয়োটায়ে হয়

Ans: ওপৰৰ দুয়োটায়ে হয়

১০। ছেদেলি-ভেদেলি অৰ্থ কি ?

1) বিশৃংখল

2) সিঁচৰতি হোৱা

3) ওপৰৰ দুয়োটায়ে হয়

Ans: ওপৰৰ দুয়োটায়ে হয়

১১। প্ৰায়বোৰ ৰাজ্য কেনেকুৱা আছিল ?

1) শক্তিশালী

2) দুৰ্বল

3) সাহসী

Ans: দুৰ্বল

১২। আলেকজেণ্ডাৰৰ লগত কিমান সাহসী ৰণুৱা আছিল ?

1) পঁয়ত্ৰিছ হাজাৰ

2) পঁছিশ হাজাৰ

3) সাতাইশ হাজাৰ

Ans: পঁয়ত্ৰিছ হাজাৰ

১৩। আলেকজেণ্ডাৰৰ সেনাবাহিনীটো কোন দিশেৰে ভাৰতত প্ৰৱেশ কৰে ?

1) উত্তৰ-পূব দিশেৰে

2) দক্ষিণ-পশ্চিম দিশেৰে

3) উত্তৰ-পশ্চিম দিশেৰে

Ans: উত্তৰ-পশ্চিম দিশেৰে

১৪। ঝিলাম আৰু চেনাৱ নৈৰ মাজত এখন কি আছিল ?

1) দেশ

2) ৰাজ্য

3) মহাসাগৰ

Ans: ৰাজ্য 

১৫। কিমান দিন যুদ্ধৰ পাছত গ্ৰীক সেনাই পুৰু ৰাজ্য জয় কৰিলে ?

1) সাত দিন সাত ৰাতি যুদ্ধ কৰাৰ পাছত

2) তিনি দিনৰ পাছত

3) এদিনতে

Ans: এদিনতে

১৬। মূছকঁছ শব্দৰ অৰ্থ কি ?

1) মূৰ্চ্ছা

2) গোফ

3) মন্দিৰ

Ans: মূৰ্চ্ছা

১৭। গ্ৰীচৰ মানুহক কি বোলে ?

1) গ্ৰীক

2) গ্ৰীম

3) ওপৰৰ দুয়োটা

Ans: গ্ৰীক

১৮। মহাৰাষ্ট্ৰৰ মানুহক কি বোলে ?  

1) মহাথী

2) মাৰাঠী

3) মাৰথা

Ans: মাৰাঠী

১৯। চাণক্যক কি নামেৰে জনা যায় ?

1) মহাৰাষ্ট্ৰ

2) গ্ৰীচ

3) কৌটিল্য

Ans: কৌটিল্য

২০। বিতত শব্দৰ অৰ্থ কি ?

1) অস্থিৰ

2) সাজু

3) উপস্থিত

Ans: অস্থিৰ

Type – Boby Bora