AJB Class 4 Burha Burhi aru Siyala Chapter 2 জোঁৱাইৰ সাধু। Question Answer

Chapter 2

জোঁৱাইৰ সাধু

[১] একোটিকৈ বাক্য়ত উত্তৰ লিখাঁঃ

ক) শহুৰেকে জোঁৱায়েকক কি খাবলৈ মাতিছিল ?

উত্তৰঃ শহুৰেকে জোঁৱায়েকক বিহু খাবলৈ মাতিছিল।

খ) মানুহজনে নিজৰ ছাঁ-টোক কি কি বস্তু দিছিল ?

উত্তৰঃ  মানুহজনে নিজৰ ছাঁ-টোক চেলেং  চুৰিয়া, গামোছা আদি দিছিল।

গ) মানুজনে কাৰ নেগুৰত ধৰি শাহুৰেকৰ ঘৰলৈ গৈছিল ?

উত্তৰঃ মানুহজনে শহুৰেকৰ ঘৰৰ বুঢ়া গৰু এটা নেগুৰত ধৰি শহুৰেকৰ ঘৰলৈ গৈছিল।

ঘ) ভাৰত লগত জোঁৱায়েকক শাহুৱেকে কি খাবলৈ দিছিল ?

উত্তৰঃ ভাতৰ লগত জোঁৱায়েকক শাহুৱেকে ভাত আৰু গুড় খাবলৈ দিছিল।

[২] চমু উত্তৰ দিয়াঁঃ

ক) গুড় চুৰ কৰি খোৱাত মানুজনৰ কি অৱস্থা হৈছিল ?

উত্তৰঃ গুড় চুৰি কৰি খোৱাত মানুহজনক চুৰে ছাগলী বুলি বান্ধি সাঙ্গী কৰি লৈ গৈছিল।

খ) চোৰে মানুহজনক কিয় তেলাল ছাগলী বুলি ভাবিছিল ?

উত্তৰঃ চোৰে মানুহজনক তেলাল ছাগলী বুলি ভবা কাৰণ হ’ল যি ছাগলী নোম ধৰিলেই নোম উঠি আহিব সেইটো ছাগলী তেলাল ছাগলী।

[৩] বাঁওফালৰ লগত সোঁফাল মিলাই লিখাঁঃ

উত্তৰঃ

জী            –    জোঁৱাই

শহুৰ         –     শাহু

পাতি         –     পত্নী

ৰজা          –      ৰাণী

পেহা         –      পেহী

মহা           –      মাহী