Class 4 Mathematic Book Chapter 2 Exercise 1 Answer | Class 4 Mathematic Book পূৰণ Chapter 2 Exercise 1 Question Answer Solutions For Assam |

পূৰণ

অনুশীলনী ২(ক)

পাঠঃ- ২ 

(১) নেওতা মনত পেলাই পূৰণফলবোৰ লিখা। 

উত্তৰঃ- 

(ক) ৭ ✖ ৯ = ৬৩

(খ) ৮ ✖৬ = ৪৮

(গ) ৬ ✖ ৯ = ৫৪

(ঘ) ৪ ✖ ৮ = ৩২

(ঙ) ৩ ✖ ১৪ = ৪২

(চ) ১৮ ✖ ৫ = ৯০

(ছ) ১৯ ✖ ৪ = ৭৪

(জ) ১৫ ✖ ৭ = ১০৫

(ঝ) ১৩ ✖ ৭ = ৯১

(ঞ) ১২ ✖ ৮ = ৯৬

(ট) ১৭ ✖ ৪ = ৬৮

(ঠ) ১১ ✖ ৮ = ৮৮

(ড) ১৬ ✖ ৩ = ৪৮

(ঢ) ৫ ✖ ২০ = ১০০ 

(২) পূৰণফল উলিওৱা। 

উত্তৰঃ- 

(৩) পূৰণফল উলিওৱা। 

উত্তৰঃ- 

(৪) পূৰণফল উলিওৱা। 

উত্তৰঃ- 

(ক) ৪ ✖ ৬ ✖ ৯ = ২১৬ 

(খ) ৮ ✖ ৯ ✖ ১৫ = ১,০৮০

(গ) ১২ ✖ ২০ ✖ ৪৮ = ১১,৫২০

(ঘ) ১৩ ✖ ১৯ ✖ ৪২ = ১০,৩৭৪

(ঙ) ৪ ✖ ৭ ✖ ১২ ✖ ১৮ = ৬,০৪৮

(চ) ৬ ✖ ৯ ✖ ১২ ✖ ৩২ = ৭,০০,০০০

(৫) মুখে মুখে পূৰণ কৰা। 

উত্তৰঃ- 

(ক) ৩০০ ✖ ৮০ = ২৪,০০০

(খ) ৪০০০ ✖ ২০ = ৮০,০০০

(গ) ২০০০ ✖ ৩০০০ = ৬০,০০,০০০

(ঘ) ১২০০ ✖ ৭০০ = ৮,৪০,০০০

(ঙ) ৯০০ ✖ ৮০০০ = ৭২,০০,০০০

(চ) ১৪০০ ✖ ৫০০ = ৭,০০,০০০

(৬) খালী ঠাই পূৰ কৰা। 

উত্তৰঃ- 

(ক) ৫ ✖ ১০০ = ৫০০

(খ) ৬ ✖ ১০০০ = ৬০০০

(গ) ৭২ ✖ ১০০০ = ৭২০০০

(ঘ) ৩৯৫২ ✖ ১০০ = ৩৯৫২০০

(ঙ) ৫৮৪০ ✖ ১০০ = ৫৮৪০০০

(চ) ৩০০০ ✖ ১০০০ = ৩০০০০০০

(ছ) ৬৫০ ✖ ১ = ৬৫০

(জ) ১ ✖ ৭৮৫৯ = ৭৮৫৯

(ঝ) ৩৫৪ ✖ ০ = ০

(ঞ) ৭৮৫ ✖ ৬৯২ = ৬৯২ ✖ ৭৮৫

(ট) (১৫ ✖ ৪০) ✖ ১৩ = ১৫ ✖ (৪০ ✖ ১৩) 

Type: Pompi hazarika