SEBA Class 10 Geography Chapter 2 পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণা । Question Paper 2010 – 2023

Chapter 2

পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণা

A. অতি চমু প্রশ্নাবলীঃমূল্যাংক :

11.শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(a) সমগ্র ভূপৃষ্ঠত স্থলভাগৰ পৰিমাণ- [HSLC’10]

(i) 71%

(ii) 39%

(iii) 19%

(ii) 29%

b) তলৰ কোনটো অঞ্চলত চিৰসেউজীয়া অৰণ্য পোৱা যায়— [HSLC’11]

(i) তুন্দ্রা অঞ্চল

(ii) ভূমধ্যসাগরীয় অঞ্চল

(iii) মৰুভূমি অঞ্চল

(iv) বিষুৱীয় অঞ্চল

(c) চিৰসেউজীয়া অৰণ্য থকা অঞ্চলটো হ’ল- [HSLC’13]

(i) ভূমধ্যসাগৰীয় অঞ্চল

(ii) মৰু অঞ্চল

(iii) নিৰক্ষীয় অঞ্চল

(iv) মেৰু অঞ্চল

(d) বায়ুমণ্ডলত কাৰ্বন ডাইঅক্সাইডৰ অনুপাত হ’ল— [HSLC’14]

(i) 0.035%

(ii) 0.350%

(iii) 0.0035%

(iv) 3.035%

(e) পৃথিৱীৰ মুঠ জীৱ প্ৰজাতিৰ (উদ্ভিদ আৰু প্ৰাণী) নিৰক্ষীয় বনাঞ্চলত থকা খিনিৰ অনুপাত হ’ল- [HSLC 15 ]

(i) 10%

(ii) 33%

(iii) 50%

(iv) 75%

(d) বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা কিমান দূৰ বিয়পি আছে – [HSLC’16]

(i) 380 কি.মি.

(ii) 480 কি.মি.

(iii) 640 কি.মি.

(iv) 580 কি.মি.

(g) পৃথিৱীৰ ভূপৃষ্ঠৰ মাটি আৱৰি আছে— [HSLC ’16]

(i) 149 নিযুত বর্গ কি.মি.

(ii) 249 নিযুত বর্গ কি.মি.

(iii) 491 নিযুত বর্গ কি.মি.

(iv) 914 নিযুত বর্গ কি.মি.

(h) বর্তমান পৃথিৱীয়ে সন্মুখীন হোৱা আটাইতকৈ পৰিবেশিক সমস্যাটো হৈছে— [HSLC’17]

(i) নিৰ্বণীকৰণ

(ii) বন জুই

(iii) আগ্নেয় উদ্‌গীৰণ

(iv) গোলকীয় উত্তাপ বৃদ্ধি

(i) ১৮০০ চনত বিশ্বৰ আনুমানিক জনসংখ্যা আছিল [HSLC’18]

(i) ১০০ কোটি

(ii) ১২০ কোটি

(iii) ২০০ কোটি

(iv) ২৫০ কোটি

(i) তলৰ দিয়াবোৰৰ কোনটো সেউজগৃহ গেছ নহয় ? [HSLC’19]

(i) কার্বন ডাই অক্সাইড

(ii) ছালফাৰ ডাই অক্সাইড

(iii) মিথেন

(iv) নাইট্ৰাছ অক্সাইড

(k) তলৰ কোনটো সেইজগৃহ গেছ? [HSLC 20] |

(i) অ’জন

(ii) ছালফাৰ ডাইঅক্সাইড

(iii) নাথ জেন ডাইঅক্সাইড

(iv) জলীয় বাষ্প

2. বায়ুমণ্ডলৰ কিমান উচ্চতালৈ জীৱ পাব পাৰি? [HSLC 10] |

3.পৰিৱেশৰ অজৈৱ উপাদান এটা উল্লেখ কৰা [ HSLC’10]

4. পৰিৱেশৰ সংজ্ঞা দিয়া। – [HSLC ’11]

5. পৃথিৱীৰ কোনটো প্রাকৃতিক অঞ্চলত চিৰসেউজীয়া অৰণ্য পোৱা যায় ? [HSLC ’12]

| 6. জীৱাশ্ম ইন্ধন কি? [HSLC 13] [

7. সেউজগৃহ গেছ কি ? [HSLC’14] |

8. বায়ু প্ৰদূষণৰ এটা কাৰণ উল্লেখ কৰা । [HSLC’15]

9. বর্তমানে পৃথিবীয়ে সম্মুখীন হোৱা আটাইতকৈ ডাঙৰ পৰিবেশিক সমস্যাটো কি [HSLC’16]

10. পৰিবেশ ভূগোলৰ সংজ্ঞা লিখা [HSLC’17]

11. ‘জীবমণ্ডল’ কি? [HSLC’18]

12. জীৱাশ্ম ইন্ধনৰ এটি উদাহৰণ দিয়া [HSLC 20]

B. চমু প্রশ্নাবলী : মূল্যাংক : 2/3

1. পৰিৱেশ বুলিলে কি বুজা ? [HSLC’10]

2. পৰিবেশ ভূগোলৰ সংজ্ঞা দিয়া। [HSLC ’10]

3. পৰিৱেশ-ভূগোলৰ পৰিসৰ সম্বন্ধে চমুকৈ লিখা । [HSLC’10]

4. পৰিৱেশৰ তিনিবিধ প্রধান মানৱসৃষ্ট উপাদান উল্লেখ কৰা । [HSLC’10]

5. পৰিৱেশত সৌৰশক্তি ভূমিকা সম্বন্ধে চমুকৈ লিখা । [HSLC 10]

6. নিৰ্বননীকৰণ বা বননি ধ্বংসৰ তিনিটা কুফল উল্লেখ কৰা। [HSLC’10]

7. বায়ু প্ৰদূষণৰ দুটা কাৰণ উল্লেখ কৰা । |

8. মৌচুমী অঞ্চলৰ দুবিধ প্ৰধান শস্যৰ নাম লিখা । [HSLC ’11]

19. বায়ু প্রদূষণৰ তিনিটা প্ৰভাৱ উল্লেখ কৰা । [HSLC ’12] |

10. পৃথিৱীৰ তিনিটা ঘাঁহনি অঞ্চলৰ নাম লিখা। [HSLC’13] [

11. এছিড বৰষুণ সৃষ্টি কৰা দুটা গেছৰ নাম 12. “সেউজ গৃহ প্ৰভাৱ” কি? লিখা । [ HSLC’14] |

13. পৰিবেশৰ দুই প্ৰকাৰৰ উপাদান কি কি? [HSLC’16]

14. বায়ু প্ৰদূষণৰ দুটা প্ৰাকৃতিক কাৰণ লিখা HSLC 17]

15. পানী প্ৰদূষণৰ দুটা কাৰণ উল্লেখ কৰা ৷ [HSLC ’18]

16. ভূমধ্যসাগৰীয় অঞ্চলৰ দুখন দেশৰ নাম লিখা । [HSLC’19]

17. মানবগোষ্ঠীয়ে সন্মুখীন হোৱা তিনিটা পৰিৱেশিক সমস্যা উল্লে কৰা । [HSLC’19]

18. জল প্ৰদূষণ কি? নদীৰ জল প্ৰদূষণ ৰোধ কৰিবলৈ দুটা উপায় পৰামৰ্শ দিয়া ।

[HSLC’19]

19. বায়ু প্ৰদূষণ মানে কি বুজা ? [HSLC 20]

20. বিশ্বায়নৰ দুটা প্রধান প্রভাৱ উল্লেখ কৰা [HSLC 20]

21. অৰণ্য ধ্বংসৰ ফলত উদ্ভৱ হোৱা যিকোনো তিনিটা | পাৰিৱেশিক সমস্যা উল্লেখ কৰা [HSLC 20]

C. ৰচনাধর্মী প্রশ্নাবলী : মূল্যাংক : 4/5/6

1. পৃথিৱীৰ জীৱমণ্ডলৰ বিস্তৃতি দাঙি ধৰা [HSLC ’10]

2. পৰিৱেশৰ উপাদানসমূহক শ্রেণী বিভক্ত কৰা । [ HSLC’10]

3. গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণবোৰ উল্লেখ কৰা ।[ HSLC’10] |

4. পৰিৱেশৰ সমস্যা বুলিলে কি বুজা? ভূমি প্ৰদূষণৰ কাৰণ আৰু ফলাফল সম্বন্ধে আলোচনা কৰা । [HSLC’10] 5. বননি ধ্বংসৰ ফলাফলবোৰ ব্যাখ্যা কৰা । [HSLC’11]

6. গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণসমূহ ব্যাখ্যা কৰা । [HSLC’11]

17. নিবনীকৰণৰ কাৰণবোৰ চমুকৈ ব্যাখ্যা কৰা। [HSLC’12] |

18. ‘পৰিৱেশ’শব্দটিৰ সংজ্ঞা দিয়া আৰু ইয়াৰ দুটা মৌলিক উপাদান | উল্লেখ কৰা [HSLC’13]

19. পানী প্ৰদূষণ কি ? পানী প্ৰদূষণৰ তিনিটা কাৰণ উল্লেখ কৰা । [HSLC’13]

10. জীৱমণ্ডল কি? ইয়াৰ মৌলিক উপাদানবোৰ কি কি ? [HSLC’14]

11. নিবনীকৰণ কি ? ইয়াৰ তিনিটা ফলাফল উল্লেখ কৰা [HSLC’14, ’18]

12. পৰিৱেশ ভূগোল কি? চমুকৈ ইয়াৰ গুৰুত্ব উল্লেখ কৰা । [HSLC’15]

13. গোলকীয় উত্তাপ বৃদ্ধি মানে কি? ইয়াৰ তিনিটা ফলাফল উল্লেখ কৰা । [HSLC’15]

14. সেউজ গৃহ গেছকেইটাৰ নাম লিখা আৰু সিহঁতৰ পৰিণাম কিকি? [HSLC’16] |

15. গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সাধাৰণ মানুহৰ চাৰিটা ! I কর্তব্য সম্বন্ধে চমুকৈ লিখা । [HSLC’16]

16. গোলকীয় উত্তাপ বৃদ্ধি মানে কি? গোলকীয় উত্তাপ বৃদ্ধিৰ । প্রধান তিনিটা কাৰণৰ ব্যাখ্যা

কৰা [HSLC’17]

17. পাৰিপাৰ্শ্বক সমস্য় সমাধানৰ কাৰণে মানুহে কেনে ধৰণৰ পদক্ষেপ ল’ব পাৰে বহলাই লিখা । [ HSLC’ 17]

18. গোলকীয় উত্তাপ বৃদ্ধি কি ?  গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিবলৈ তিনিটা উপায় সম্পৰ্কে পৰামৰ্শ দিয়া । [ HSLC’18] 

19. পৰিৱেশ বুলিলে কি বুজা ? পৰিৱেশক কিয় এটা তন্ত্ৰ হিচাপে বিবেচনা কৰা হয় ? [ HSLC’19] 

20. পৰিৱেশ কি ? পৰিৱেশৰ উপাদানসমূহ চমুকৈ বৰ্ণনা কৰা । [HSLC’20] 

Type – Boby Bora