SEBA Class 10 Geography Chapter 3 অঞ্চলক বা আঞ্চলিক ভূগোলৰ ধাৰণা । Question Paper 2010 – 2023

Chapter 3 

 অঞ্চলক বা আঞ্চলিক ভূগোলৰ ধাৰণা

A. অতি চমু প্রশ্নাবলী ঃ

শুদ্ধ উত্তৰটো বাছি উলিওৱা :

1. (a) মৌচুমী অঞ্চলৰ মানুহৰ প্ৰধান আর্থিক কৰ্ম হৈছে— [HSLC ’11]

(i) মৰুভূমি

(ii) ঘাঁহনি

(iii) ওখ গছ

(iv) মেরুদেশীয় উদ্ভিদ

(b) ছাভানা এক প্ৰকাৰৰ । [HSLC ’10]

(i) পশু পালন

(ii) কৃষি

(iii) মাছ ধৰা

(iv) চিকাৰ

(c) মাটিকালি হিচাপত তলৰ কোনখন মহাদেশ আটাইতকৈ ভাঙব? [HSLC’13]

(i) ইউৰোপ

(ii) উত্তৰ আমেৰিকা

(iii) ওচেনিয়া

(iv) আফ্রিকা

(d) তলৰ কোনখন মহাদেশত ভিক্টোৰিয়া হ্ৰদটো অৱস্থিত ? [HSLC ’12]

(i) ইউৰোপ

(ii) এছিয়া

(iii) উত্তৰ আমেকিা

(iv) আফ্রিকা

(e) মাটিকালি হিচাপত তলৰ কোনটো প্ৰাকৃতিক অঞ্চল বৃহত্তম ? [HSLC’14]

(i) ভূমধ্যসাগৰীয় অঞ্চল

(ii) ক্রান্তীয় উষ্ণ মরু অঞ্চল

(iii) নিৰক্ষীয় অঞ্চল

(iv) উচ্চ পার্বত্য অঞ্চল

(f) টাইগা অৰণ্য তলৰ কোনটো অঞ্চলত অৱস্থিত ? [HSLC’15]

(i) শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল

(ii) মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চল

(iii) মধ্য অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চল

(iv) নিৰক্ষীয় অঞ্চল

(g) ছেলভা অৰণ্য অৱস্থিত-

(i) মৌচুমী অঞ্চলত

(ii) ক্রান্তীয় তৃণভূমি অঞ্চলত

(iii) নিৰক্ষীয় অঞ্চলত

(iv) শীতল মেৰু অঞ্চলত

(h) মাটিকালি হিচাপে ওচেনিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম দেশখন হ’ল [HSLC’19]

(i) আর্জেন্টিনা

(ii) দক্ষিণ আফ্রিকা

(iii) ভেনেজুৰেলা

(iv) ব্রাজিল

(i) কেম্পোছ তৃণভূমি থকা দেশখন হ’ল [HSLC’18 ]

(i) নিউজিলেণ্ড

(ii) ছ’ল’মন দ্বীপপুঞ্জ

(iii) ফিজি

(iv) পাপুৱা নিউগিনি

(j)এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত অৱস্থিত পর্বতমালাটো হৈছে: [HSLC 20]

(i) ইউৰাল পর্বতমালা

(ii) কাবাকোরাম পর্বতমালা

(iii) আল্‌চ পর্বতমালা

(iv) ককেচাছ পর্বতমালা

2. কেন্দ্রভিত্তিক অঞ্চলৰ এটা উদাহৰণ দিয়া। [HSLC’10]

3. ক্রিয়াত্মক অঞ্চলৰ অৰ্থ লিখা । [HSLC’11]

4. ইগলু বোলা এক প্ৰকাৰৰ ঘৰত বাস কৰা জনগোষ্ঠীটোৰ নাম লিখা। [HSLC’13]

5. আর্জেন্টিনাৰ তৃণভূমিটোৰ নাম লিখা [HSLC 14]

6. উষ্ণ আৰু শুকান গ্রীষ্মকাল আৰু ঠাণ্ডা আৰু সেমেকা শীতকাল কোনটো প্ৰাকৃতিক অঞ্চলৰ বৈশিষ্ট্য ? [HSLC’15]

7. পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন ? [HSLC’16]

৪. সমধর্মী অঞ্চলৰ অৰ্থ লিখা । [HSLC ’17]

9. কোনটো অক্ষরেখা চাহাবা মৰুভূমিৰ মাজেদি পাৰ হৈ গৈছে? | [HSLC’18]

10. সমধর্মী অঞ্চলৰ এটা উদাহৰণ দিয়া । [HSLC’19]

11. কোনখন গোবি মরুভূমি অৱস্থিত? [HSLC 20]

B. চমু প্রশ্নাবলী মূল্যাংক : 2/3

1. এছিয়া মহাদেশৰ দুটা পৰ্বতৰ নাম লিখা । [HSLC’11]

2. সমরূপী অঞ্চলৰ দুটা উদাহৰণ দিয়া ৷ [HSLC’10]

3. দক্ষিণ অষ্ট্ৰেলিয়াৰ দুখন চহৰৰ নাম লিখা । [ HSLC’12]

4. অঞ্চল বুলিলে কি বুজা ? [HSLC ’10]

5. পৃথিৱীত প্ৰাকৃতিক অঞ্চল চিনাক্তকৰণৰ ভিত্তি কি? [HSLC ’11 ]

6. মেরু অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য উল্লেখ কৰা । [ HSLC’11]

7 . ভূমধ্যসাগৰীয় অঞ্চলৰ তিনিটা বৈশিষ্ট্য দাঙি ধৰা । [HSLC’10]

৪. ভূমধ্যসাগৰীয়া জলবায়ুৰ তিনিটা বিশেষ বৈশিষ্ট উল্লেখ কৰা। [HSLC’12]

9. মেৰু অঞ্চলৰ দুবিধ জন্তুৰ নাম লিখা । [HSLC’13]

10. আফ্ৰিকাৰ দুখন নদীৰ নাম লিখা । [HSLC’13]

11. নিরক্ষীয় অঞ্চলৰ দুখন দেশৰ নাম লিখা । [HSLC ’14]

12. মধ্য অক্ষাংশ বলতে অবস্থিত তিনিটা প্রাকৃতিক অঞ্চলৰ নাম [HSLC 14]

13. নিরক্ষীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম উল্লেখ কৰা। [HSLC 14]

14. ভূমধ্যসাগৰীয় অঞ্চলৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । [HSLC 14]

15.সমধৰ্মী অঞ্চলৰ তিনিটা উদাহৰণ দিয়া। [HSLC’15]

16. আফ্রিকা মহাদেশৰ চাহাবা মৰুভূমি অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা। [HSLC’15]

17. দুয়োটা খোলাৰত মৌচুমী অঞ্চল কিমান অক্ষাংশলৈ বিস্তৃত হৈ আছে লিখা। [HSLC’16] 18. প্রাকৃতিক অঞ্চলৰ সংজ্ঞা লিখা আৰু পৃথিৱীৰ দুটা প্ৰাকৃতিক অঞ্চলৰ নাম লিখা। [HSLC 17]

19. ভূম্যসাগৰীয়া অঞ্চল সমূহত কিয় আৰকালি বৰষুণ হয়? [HSLC’16]

20. মৌচুমী অঞ্চলৰ দুখন দেশৰ নাম লিখা। [HSLC’17]

21. মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলৰ তৃণভূমি সমূহৰ নাম লিখা। কাৰণ দর্শায়া। [HSLC ’16] 22. দক্ষিণ আমেৰিকা মহাদেশৰ তিনিখন দেশৰ নাম লিখা। [HSLC 17 ]

23. ‘আঞ্চলিক ভূগোল’ মানে কি বুজা। ইয়াৰ তাৎপৰ্য কি? [HSLC’19]

24. প্রাকৃতিক অঞ্চল কাক বোলে। নিৰক্ষীয় অঞ্চলৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । [HSLC 18]

25. এছিয়া মহাদেশৰ ভূ-প্রকৃতিয়ে কেনেদৰে ইয়াৰ জলবায়ুত প্রভাৱ পেলায় ? [HSLC’19]

26. আফ্রিকা মহাদেশৰ তিনিটা গুরুত্বপূর্ণ হ্ৰদৰ নাম লিখা । [HSLC 19]

27. ক্রান্তীয় উষ্ণ মরু অঞ্চলৰ দুটা মৰুভূমিৰ নাম লিখা। [HSLC’18]

28. শীতল মেরু অঞ্চলৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা [HSLC 19] 29. ক্রান্তীয় তৃণভূমি অঞ্চলৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। [HSLC 20]

30. ইউৰোপ মহাদেশৰ যিকোনো দুখন নদীৰ নাম উল্লেখ কৰা । [HSLC 20]

31. পৃথিৱীৰ ক্ৰান্তীয় উষ্ণ মরু অঞ্চলৰ যিকোনো তিনিখন উল্লেখযোগ্য মৰুভূমিৰ নাম লিখা ।

[HSLC 20]

32 . ওছেনিয়া মহাদেশৰ অৱস্থিতিৰ বিষয়ে লিখা |[HSLC 20]

33. আঞ্চলিক ভূগোলৰ সংজ্ঞা দিয়া। [HSLC 20]

34. নদী উপত্যকাত জনসংখ্যাৰ ঘনত্ব কিয় অধিক হয় তাৰ তিনিটা কাৰণ দিয়া । [HSLC 20]

35. আফ্রিকা মহাদেশৰ দুটা ঘন বসতিপূর্ণ অঞ্চলৰ নাম লিখা । [HSLC ’20]36.এছিয়া মহাদেশৰ যিকোনো তিনিটা মালভূমিৰ নাম উল্লে কৰা । [ HSLC’ 20]

c. ৰচনাধৰ্মী প্ৰশ্নাৱলী মূল্য়াংকঃ 4/5/6

1. ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ (ক) অৱস্থান, (খ) জলবাযু আৰু (গ) অৰ্থনৈতিক কাম – কাজৰ উল্লেখেৰে এটি বৰ্ণনা দিয়া ।

2. ক্ৰান্তীয় উষ্ণ মৰুভূনি অঞ্চলত জনসংখ্য়া কিয় ঘন নহয় লিখা । [ HSLC’11]

3. পৃথিৱীৰ অঞ্চল সমূহ উল্লেখ কৰা আৰু তাৰে যিকোনো অঞ্চলৰ বিষয়ে চমুকৈ লিখা । [ HSLC’ 10]

[HSLC’ 11]

4. অষ্ট্ৰেলিয়াৰ খনিজ সম্পদৰ বিষয়ে চমুকৈ লিখা । [ HSLC’ 12]

5. আফ্ৰিকা মহাদেশৰ চাৰিখন প্ৰধান নদীৰ নাম লিখা । [ HSLC’12]

6. প্ৰাকৃতিক অঞ্চল কি ? উচ্চ পাৰ্বত্য় অঞ্চলৰ দুটা প্ৰধান বৈশিষ্ট্য় উল্লেখ কৰা ।[HSLC’15]

7. পৃথিৱীৰ চাৰিটা প্ৰাকৃতিক অঞ্চলৰ নাম লিখা আৰু তাৰে যি কোনো এটাৰ চমু বৰ্ণনা দিয়া । [ HSLC’ 13]

8. “প্ৰাকৃতিক অঞ্চল “কি ? তুন্দ্ৰা অঞ্চলৰ বিষয়ে এটি চমু বৰ্ণনা লিখা । [HSLC’14]

9. অঞ্চল কি ? অঞ্চলৰ মূল প্ৰকাৰ দুটা উল্লেখ কৰা । [ HSLC’13]

10. এছিয়া মহাদেশৰ অৱস্থিত, ভূ-প্ৰকৃতিৰ বৈশিষ্ট্য় আৰু জনসংখ্য়াৰ বিতৰন সম্পপৰ্কে এটি চমু বৰ্ণনা দাঙি ধৰা । [HSLC’15]

11. পৃথিৱীৰ শতকৰা 40 ভাগ মানুহ কিয় মৌচুমি অঞ্চলত বসবাস কৰে বৰ্ণনা কৰা । [ HSLC’17]

12. অঞ্চল বুলিলে কি বুজা ? ভূগোল অধ্য়য়নত অঞ্চলৰ গুৰুত্ব সম্পৰ্কে ব্য়া খ্য়া কৰা । [HSLC’16]

13. বূমধ্য়সাগৰীয় প্ৰাকৃতিক অঞ্চলৰ মানুহৰ জীৱিকা কি কি ? ব্য়াখ্য়া কৰা । [HSLC’16]

14. পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন ? সেই মহাদেশখনৰ ভূ-প্ৰকৃতি আৰু জলবায়ুৰ বৈশিষ্টসমূহ চমুকৈ লিখা । [HSLC17]

15. পৃথিৱীৰ প্ৰায় ৯০ শতাংশ মানুহ কিয় উত্তৰ গোলাৰ্ধত বাস কৰে, চমুকৈ ব্য়াখ্য়া কৰা । [HSLC’18]

16. সমধৰ্ধী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ সংজ্ঞা দিয়া আৰু ইয়াৰ যিকোনো দুটা বৈশিষ্ট্য় উল্লেখ কৰা । [HSLC’20]

17. ক্ৰান্তীয় উষ্ম মৰু অঞ্চলৰ পৰিপ্ৰেক্ষিতত জলবায়ুয়ে কিদৰে উদ্ভিদক প্ৰভাৱ পেলায়, চমুকৈ ব্য়াখ্য়া কৰা । [HSLC’19] 

18. প্ৰাকৃতিক অঞ্চল কি ? পৃথিৱীৰ যিকোনো দুটা প্ৰাকৃতিক অঞ্চলৰ মানুহৰ জীৱন-প্ৰণালীৰ এটি বৰ্ণনা দিয়া । [HSLC’19]

19. পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন ? সেই মহাদেশখনৰ এটি চমু ভৌগোলিক আভাস দাঙি ধৰা । [HSLC’18]

Type – Boby Bora