SVN Class 4 Social Science Chapter 4 MCQs Answer। অসমৰ পৰ্যটন আৰু প্ৰসিদ্ধ স্থান

Chapter 4

অসমৰ পৰ্যটন আৰু প্ৰসিদ্ধ স্থান

1। এখন ঠাইৰপৰা আন এখন ঠাইলৈ অহা মানুহক কি বোলে?

1) ভ্ৰমণকাৰী

2) পৰ্যটক

3) ওপৰৰ এটাও নহয়

Ans: পৰ্যটক

2। পৰ্যটনে ভূগোল আৰু ইতিহাসৰ কি বৃদ্ধি কৰে?

1) বস্তু

2) জ্ঞান

3) কাম

Ans: জ্ঞান

3। চৰকাৰৰ কি বৃদ্ধি হয়?

1) জ্ঞান

2) বস্তু

3) ৰাজহ

Ans: ৰাজহ

4। বিভিন্ন ঠাইৰ যাতায়াত ব্য়ৱস্থা সম্পৰ্কে কি বাঢ়ে?

1) জ্ঞান

2) কাম

3) ৰাজহ

Ans: জ্ঞান

5। গুৱাহাটী অসমৰ প্ৰধান কি?

1) মহানগৰ

2) নগৰ

3) অঞ্চল

Ans: মহানগৰ

6। অসমৰ ৰাজধানী কি?

1) ইটানগৰ

2) কামৰূপ

3) দিছপুৰ

Ans: দিছপুৰ

7। গুৱাহাটী ব্ৰহ্মপুত্ৰৰ কোন পাৰত অৱস্থিত?

1) পশ্চিম

2) দক্ষিণ

3) উত্তৰ

Ans: দক্ষিণ

8। উত্তৰ-পূব, সীমান্ত ৰে’লপথৰ প্ৰধান কাৰ্যালয় কত আছে?

1) মৰিগাওঁ

2) মালিগাওঁ

3) নগাওঁ

Ans: মালিগাওঁ

9। গুৱাহাটীত থকা শৰাইঘাট দলংখন ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত কেইনম্বৰ স্থান থকা দলং?

1) ১

2) ২

3) ৪

Ans: ১

10। ইয়াৰ ওচৰত থকা এখন পক্ষী উদ্য়ান?

1) দীপৰ বিল

2) বগী বিল

3) চান বিল

Ans: দীপৰ বিল

11। শোণিতপুৰ জিলাৰ সদৰ ঠাই তেজপুৰ ব্ৰহ্মপুত্ৰৰ কোন পাৰত অৱস্থিত?

1) উত্তৰ

2) দক্ষিণ

3) পশ্চিম

Ans: উত্তৰ

12। ইয়াত ব্ৰহ্মপুত্ৰৰ ওপৰত কি দলং আছে?

1) শৰাইঘাট দলং

2) কলিয়াভোমোৰা দলং

3) ড॰ ভূপেন হাজৰিকা

Ans: কলিয়াভোমোৰা দলং

13। মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰখন প্ৰায় কিমান বছৰ পুৰণি?

1) তিনিশ বছৰ

2) নশ বছৰ

3) পাঁচ বছৰ

Ans: পাঁচ বছৰ

14। বৰপেটা ঠাইখন কি শিল্পৰ বাবে বিখ্য়াত?

1) গড়শিল্প

2) হাতী দাঁতৰ শিল্প

3) বাঘৰ শিল্প

Ans: হাতী দাঁতৰ শিল্প

15। উত্তৰ-পূব ভাৰতৰ একমাত্ৰ এলুমিনিয়াম কাৰখানাটো কোন চহৰত আছে?

1) বৰপেটা

2) নলবাৰী

3) বঙাইগাওঁ

Ans: বঙাইগাওঁ

16। চহৰৰ কাষতে এখন কিহৰ বাগান আছে?

1) কলগছৰ বাগান

2) চাহ পাত বাগান

3) কুহিয়া বাগান

Ans: চাহ পাত বাগান

17। গুৱাহাটীৰ পিছতে কোন চহৰ অসমৰ দ্বিতীয় বৃহৎ জনবহুল?

1) বঙাইগাওঁ

2) শিলচৰ

3) বৰপেটা

Ans: শিলচৰ

18। আহোম ৰজাসকলৰ ৰাজধানী কত আছিল?

1) ডিব্ৰুগড়

2) শিৱসাগৰ

3) ৰংপুৰত

Ans: ৰংপুৰত

19। চৰাইদেউত আহোম ৰাজপৰিয়ালৰ বহুতো কি আছে?

1) নিয়ম

2) মৈদাম

3) মানুহ

Ans: মৈদাম

20। মাজুলী বৰ্তমান এখন কি?

1) চহৰ

2) অঞ্চল

3) জিলা

Ans: জিলা

Type: Pompi Hazarika