SVN Class 8 Science Chapter 2 অণুজীৱঃ মিত্ৰ আৰু শত্ৰু । MCQ Question Answer

Chapter 2

অণুজীৱঃ মিত্ৰ আৰু শত্ৰু

১। কোন জন বিজ্ঞানীয়ে কিমান চনত অণুবীক্ষণ যন্ত্ৰ আবিস্কাৰ কৰে?

1) ১৬৭৬ চনত।

2) ১৬৮৬চনত।

3) ১৭৭৬ চনত।

Ans: ১৬৭৬ চনত।

২। কোন জন বিজ্ঞানীয়ে অণুবীক্ষণ যন্ত্ৰ আবিস্কাৰ কৰিছিল?

1) এন্টন-ভন-লিউয়েনহুক

2) ৰাটাছ

3) কেনিডে

Ans: এন্টন-ভন-লিউয়েনহুক

৩। কিমান চনত কি আৱিস্কাৰ কৰাৰ পিছতহে অণুজীৱবোৰৰ অস্তিতৰ উমান পোৱা গৈছিল?

1) ১৬৭৬ চনত অণুবীক্ষণ যন্ত্ৰ।

2) ১৮৯৫ চনৰ এক্স ৰে যন্ত্ৰ।

3) ১৬৫৪ চনৰ থাৰ্মমিটাৰ

Ans: ১৬৭৬ চনত অণুবীক্ষণ যন্ত্ৰ।

৪। অণুজীৱসমূহ প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে?

1) ৬ টা ভাগত।

2) ৪ টা ভাগত।

3) ৩ টা ভাগত।

Ans: ৪ টা ভাগত।

৫। তলৰ এককোষী জীৱ কোনবোৰ?

1) ভাইৰাছ আৰু ভেঁকুৰ।

2) বেক্টেৰীয়া আৰু প্ৰট’জ’ৱা।

3) বেক্টেৰীয়া আৰু ভাইৰাছ।

Ans: বেক্টেৰীয়া আৰু প্ৰট’জ’ৱা।

৬। গৰুৰ এনথ্ৰাক্স ৰোগ কোনবিধ অণুজীৱৰ পৰা হ’য়?

1) প্ৰট’জ’ৱা।

2) বেক্টেৰিয়া।

3) ভেঁকুৰ।

Ans: বেক্টেৰিয়া।

৭। কিহৰ দ্বাৰা কলেৰা হয?

1) ইষ্ট।

2) বেক্টেৰিয়া।

3) ভাইৰাছ।

Ans: বেক্টেৰিয়া।

৮। কি অণুজীৱ অণুবীক্ষণ যন্ত্ৰৰে চালে দ্খা পোৱা নাযায়?

1) বেক্টেৰিয়া।

2) ৰোটা ভাইৰাছ।

3) ওপৰৰ এটাও নহয়।

Ans: বেক্টেৰিয়া।

৯। কিহৰ আক্ৰমণত প্ৰাণী, মানুহ আৰু উদ্ভিদৰ নানা ধৰণৰ বেমাৰ হ?

1) ভাইৰাছ।

2) মিক্স‘ভাইৰাছ

৩) ৰেবিজ ভাইৰাছ

Ans: ভাইৰাছ।

১০। এডৱাৰ্ড জেনাৰে কিমান চনত পোন  প্ৰথমে ডাঙৰ আইৰ টিকা আৱিস্কাৰ কৰে?

1) ১৯১৪

2) ১৭৯৮

3) ১৪৪৯

Ans: ১৭৯৮

১১। ৰোগ সৃষ্টি কৰা বাহিৰেও কিছুমান অণুজীৱই কাপোৰ-কানি, কাগজ-পত্ৰ খোৱা বস্তু আদি নষ্ট কৰি যথেষ্ট ক্ষতিসাধন কৰে। এই ক্ষতিকাৰক অণুজীৱসমূহক কি বোলে?

1) পৰজীৱী।

2) এককোষী জীৱ।

3) এনকেফেলাইটিছ

Ans: পৰজীৱী।

১২। কি অণুজীৱক অতি শক্তিশালী ইলেক্ট্ৰন অণুবীক্ষণ যন্ত্ৰদ্বাৰাহে মানিব পাৰি?

1) ভাইৰাছ।

2) ডায়েটম।

3) বেক্টেৰীয়া।

Ans: ভাইৰাছ।

১৩।  কি অক্সিজেন ব্যৱহাৰ কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হ’য়?

1) সুৰা।

2) চেনি।

3) নাইট্ৰ’জেন

Ans: সুৰা।

১৪। কিমান চনত গো-বসন্তৰ ভাইৰাছ মানুহৰ গাত সোমাই দি বসন্তৰ পৰা আজীৱন সুৰুক্ষা দিছিল?

1) ১৭৯৮ চনত।

2) ১৬৯৮ চনত।

3) ১৪৯৮ চনত। 

Ans: ১৭৯৮ চনত।

১৫। অণুজীৱৰ ভাগ কেইটা কি কি?

1) বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট’জ’ৱা আৰু কিছুমান শেলাই।

2) ভাইৰাছ, এমিবা, ইষ্ট আৰু এন্টামিবা।

3) ওপৰৰ ওটাও নহয়।

Ans: বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট’জ’ৱা আৰু কিছুমান শেলাই।

Type – Boby Bora