SVN Class 8 Science Chapter 3 কৃত্ৰিম আঁহ আৰু প্লাষ্টিক । MCQ Question Answer

Chapter 3

কৃত্ৰিম আঁহ আৰু প্লাষ্টিক

১। আমি পিন্ধা সাজ-পোছাকবোৰ কিহেৰে তৈয়াৰ কৰা হ’য়?

1) কাপোৰেৰে।

2) আঁহেৰে।

3) ঊলেৰে।

Ans: কাপোৰেৰে।

২। থাৰ্ম প্লাষ্টিকৰ উদাহৰণ কি?

1) পলিথিন আৰু PVC।

2) পলিথিন আৰু BGP।

3) ওপৰৰ এটাও নহয়।

Ans: পলিথিন আৰু PVC।

৩। এক্ৰাইলিক (Acrylic) এবিধ দেখাত ঊণৰ দৰে কৃত্ৰিম আঁহ।

1) শুদ্ধ।

2) অশুদ্ধ।

3) ওপৰৰ এটাও নহয়।

Ans: শুদ্ধ।

৪।  প্ৰাকৃতিক উৎসৰ পৰা পোৱা ঊণবোৰ বৰ দামী।

1) শুদ্ধ।

2) অশুদ্ধ।

3) ওপৰৰ এটাও নহয়।

Ans: শুদ্ধ।

৫। পলিয়েষ্টা এবিধ কি?

1) কৃত্ৰিম আঁহ।

2) ৰেয়ন।

3) নাইলন।

Ans: কৃত্ৰিম আঁহ।

৬। কোনবিধ আহঁ কয়লা, পানী আৰু বায়ুৰ পৰা ইয়াক প্ৰস্তুত কৰা হৈছিল?

1) কৃত্ৰিম আঁহ।

2) ৰেয়ন আঁহ।

3) লাইনিন আঁহ।

Ans: কৃত্ৰিম আঁহ।

৭। নাইলন এবিধ কি?

1) কৃ্ত্ৰিম আঁহ।

2) পাটৰ কাপোৰ।

3) পৰিয়েষ্টাৰ।

Ans: কৃ্ত্ৰিম আঁহ।

৮। যিবোৰ পৰ্দাথ প্ৰাকৃতিক ক্ৰিয়া-প্ৰক্ৰিয়াৰদ্বাৰা সহজে পচি নাযায় সেইবোৰক কি বোলে?

1) জৈৱ অপনশীল পদাৰ্থ।

2) জৈৱ পচনশীল পৰাৰ্থ।

3) জৈৱ খনিজ পদাৰ্থ।

Ans: জৈৱ অপনশীল পদাৰ্থ।

৯। কৃত্ৰিম আঁহ কিমান চনত কয়লা, পানী আৰু বায়ুৰ পৰা ইয়াক প্ৰস্তুত কৰা হৈছিল?

1) ১৬৩৯ চনত।

2) ১৯৩২ চনত।

3) ১৯৩১ চনত।

Ans: ১৯৩২ চনত।

১০। নাইলনৰ পৰা তৈয়াৰী কোনবিধ আঁহ আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰো?

1) শ্লিপিং।

2) হেলমেট।

3) লোৰ।

Ans: শ্লিপিং।

১১। পিন্ধন সমগ্ৰী বনাৱলৈ পাট অতি উপযুক্ত?

1) শুদ্ধ।

2) অশুদ্ধ।

3) ঊণ।

Ans: অশুদ্ধ।

১২। কাঠৰ মণ্ডপৰা ৰাসায়নিক প্ৰক্ৰিয়াৰে এনে ধৰণৰ আঁহ এবিধ প্ৰস্তুত কৰছিল। এই আঁহবিধক কি পাট বুলি কোৱা হ’ল?

1) ৰেয়ন পাট।

2) কপাহী পাট।

3) লাইনিন পাট।

Ans: ৰেয়ন পাট।

১৩। কিমান শতিকাৰ বিজ্ঞানীসকলে কৃত্ৰিমভাৱে পাটৰ দৰে সূতা আৱিস্কাৰ কৰিছিল?

1) বিশ শতিকাৰ।

2) তেৱন শতিকাৰ।

3) ঊনৈশ শতিকাৰ।

Ans: ঊনৈশ শতিকাৰ।

১৪। পাটপলু আঁহৰ পৰা পোৱা পাটৰ কাপোৰ অত্যন্ত কি?

1) কম দামী।

2) দামী।

3) ওপৰৰ এটাও নহয়।

Ans: দামী।

১৫। প্লাষ্টিক সাধাৰণতে কেই প্ৰকাৰৰ?

1) ৫ প্ৰকাৰৰ।

2) ৩ প্ৰকাৰৰ

3) ২ প্ৰকাৰৰ।

Ans: ২ প্ৰকাৰৰ।

Type – Boby Bora