SVN Class 8 Science Chapter 5 কয়লা আৰু পেট্ৰ’লিয়াম । MCQ Question Answer

Chapter 5

কয়লা আৰু পেট্ৰ’লিয়াম

১। প্ৰায় কিমান বছৰ নিযুত বছঠৰ পূৰ্বে পৃথিৱাৰ নিম্নভূমিৰ জলাহসমূহত অটব্য অৰণ্য আছিল?

1) ৪০০ নিযুত।

2) ৩০০ নিযুত।

3) ৬০০ নিযুত।

Ans: ৩০০ নিযুত।

২। কয়লা কিহৰ দৰে কঠিন আৰু দেখাত কলা বৰণীয়া?

1) তাম।

2) শিল।

3) লো।

Ans: শিল।

৩। কিমান বছৰৰ পিছত অসমৰ মাহকুমাত তেল অৱিস্কৃত হয়?

1) সাত বছৰ।

2) আঠ বছৰ।

3) তেৰ বছৰ

Ans: আঠ বছৰ।

৪। ‘জুলীয়া সোণ’ বুলি কাক কোৱা হয়?

1) পেট্ৰ’ল।

2) পেট্ৰ’লিয়াম।

3) বিটুমেন।

Ans: পেট্ৰ’লিয়াম।

৫। পেট্ৰ’লিয়াম আৰু গেছৰ পৰা ভালেমান প্ৰয়োজনীয় পদাৰ্থ পোৱা নাযায়।

1) শুদ্ধ।

2) অশুদ্ধ।

3) ওপৰৰ এটাও নহয়।

Ans: অশুদ্ধ।

৬। পেট্ৰ’ল ৰ ব্যৱহাৰ ক’ত হয়?

1) জেট উৰাজাহাজৰ।

2) যান-বাহন।

3) মটৰৰ ইন্ধন।

Ans: মটৰৰ ইন্ধন।

৭। পৃথিৱীৰ প্ৰথম তেল শোধনাগাৰ কিমান চনত খন্দা হৈছিল?

1) ১৮৭৯ চনত।

2) ১৮৫৯ চনত।

3) ১৬৫৯ চনত।

Ans: ১৮৫৯ চনত।

৮। পেট্ৰ’লিয়াম কিহৰ পৰা উৎপন্ন কৰা হয়?

1) পিচ্ছিলক তেল।

2) বিটুমেন।

3) ওপৰৰ এটাও নহয়।

Ans: বিটুমেন।

৯। পৃথিৱীৰ ভূগৰ্ভত থকা প্ৰকাণ্ড শিলৰ মাজত কি পোৱা যায়?

1) পেট্ৰ’লিয়াম।

2) কয়লা।

3) পেৰাঠিন।

Ans: পেট্ৰ’লিয়াম।

১০। পেটেৰ’লিয়ানৰ ৰং কেনেকোৱা?

1) ক’লা।

2) বগা।

3) ওপৰৰ এটাও নহয়।

Ans: ক’লা।

১১। আলকতৰা এবিধ কি বৰণীয়া ডাঠ তৰল পদাৰ্থ?

1) মটীয়া।

2) বগা।

3) ওপৰৰ এটাও নহয়।

Ans: ওপৰৰ এটাও নহয়।

১২। একেবাৰে ওপৰত কি গেছ আছে?

1) নাইট্ৰ’জেন।

2) পেট্ৰ’লিয়াম।

3) কাৰ্বন-ডাই-অক্সাইড।

Ans: পেট্ৰ’লিয়াম।

১৩।আলকতৰা প্ৰায় কিমান বিধ পদাৰ্থৰ এটি মিশ্ৰণ?

1) ৪০০ বিধ।

2) ২০০ বি

3) ১০০ বিধ।

Ans: ২০০ বি

১৪। প্ৰাকৃতিক সম্পদৰ উদাৰণ কি?

1) কয়লা।

2) সৃৰ্যৰ ৰশ্মি।

3) চূণ শিল।

Ans: কয়লা।

১৫। কিহৰ গোন্ধ বেয়া?

1) কয়লা।

2) পেট্ৰ’লিয়াম।

3) আলকতৰা।

Ans: আলকতৰা।

১৬। কয়লা প্ৰধান উপাদান কি?

1) কাবন-ডাই-অক্সাইড।

2) অক্সাইড।

3) কাৰ্বন।

১৭। মৃত গছ-গছনি বা উদ্ভিদসমূহ লাহে লাহ কিহলৈ ৰূপান্তৰিত হ’য়?

1) চূণ শিল।

2) কয়লা।

3) পেট্ৰ’লিয়াম।

Ans: কয়লা।

১৮। বিদ্যুৎ  উৎপাদন কৰবলৈ কি ব্যৱহাৰ কৰা হয়?

1) পেট্ৰ”ল।

2) ডিজেল।

3) কয়লা।

Ans: কয়লা।

১৯। কিমান চনত লণ্ডন আৰু নিয়য়ৰ্কত ৰাস্তা পোহৰাবলৈ পোন প্ৰথমবাৰৰ বাবে কয়লা গেছ ব্যৱহাৰ কৰা হয়?

1) ১৯৫০ চনত আৰু ২০০৪ চনত।

2) ১৮১০ চনত ১৮২০ চনত।

3) ২০০৮ চনত আৰু ২০১২ চনত।

Ans: ১৮১০ চনত ১৮২০ চনত।

২০। নেফথালিন নামৰ দ্ৰৱবিধ ক’ৰ পৰাই প্ৰস্তুত কৰা হয়?

1) আলকতৰা।

2) কয়লা।

3) পেট্ৰ’লিয়াম।

Ans: আলকতৰা।

Type – Boby Bora