SVN Class 8 Science Chapter 6 দহন আৰু শিখা । MCQ Question Answer

Chapter 6

দহন আৰু শিখা

১। কিছুমান ইন্ধন জ্বলালে শিখা উৎপন্ন হয়?

1) কিছুমান নহয়।

2) হয়।

3) নহয়।

Ans: কিছুমান নহয়।

২। যি ৰায়ায়নিক বিক্ৰিয়াত তাপ আৰু পোহৰ উৎপন্ন হয় তাক কি বোলে?

1) শিখা।

2) দহন।

3) মিথেন।

Ans: দহন।

৩। যিটো দ্ৰৱৰ দহন হয় তাক কি বোলে?

1) ইন্ধন।

2) দাহ্য পদাৰ্থ।

3) দাহ্য।

Ans: দাহ্য।

৪। গেছ অতি দ্ৰুতভাৱে জ্বলে আৰু তাপ আৰু কি উৎপন্ন কৰে?

1) পোহৰ।

2) ৰশ্নি।

3) ওপৰৰ এটাও নহয়।

Ans: পোহৰ।

৫। বগা ফচফৰাছৰ প্ৰজ্বলন উষ্ণতা কিমান ডিগ্ৰী চেলছিয়াছ?

1) 30°।

2) 70°।

3) 50°।

Ans: 50°।

৬। অতিশয় তীব্ৰ বেগত ঘটা দহন কাৰ্যক কি বোলে?

1) স্বতঃস্ফূৰ্ত।

2) বিস্ফোৰণ।

3) ইন্ধন।

Ans: বিস্ফোৰণ।

৭। শিখাৰ সাধাৰণতে কেইটা অংশ থাকে?

1) তিনিটা।

2) পাঁচটা।

3) চাৰিটা।

Ans: চাৰিটা।

৮। শিখাৰ একেবাৰে বাহিৰৰ আৰু আটাইতকৈ উত্তপ্ত মণ্ডলটোক কি মণ্ডল বোলে?

1) স্থলমণ্ডল।

2) জলমণ্ডল।

3) দীপ্তিহীন মণ্ডল।

Ans: দীপ্তিহীন মণ্ডল।

৯। দীপ্তিহীন মণ্ডলৰ ভিতৰৰ মণ্ডলটোৰ নাম কি?

1) বাযুমণ্ডল।

2) জলমণ্ডল।

3) দীপ্তিহীন মণ্ডল।

Ans: দীপ্তিহীন মণ্ডল।

১০।  দীপ্তিহীন মণ্ডলৰ ভিতৰৰ নীলা ৰঙৰ মণ্ডলটোক কি মণ্ডল বোলে?

1) জলমণ্ডল।

2) দীপ্তিমণ্ডল।

3) নীলা মণ্ডল।

4) ওপৰৰ এটাও নহয়।

Ans: নীলা মণ্ডল।

১১। নীলা মণ্ডলটো প্ৰথমতে কিহেৰে উৎপন্ন কৰা হ’য়?

1) কাৰ্বন মন’ক্সাইড।

2) কাৰ্বন-ডাই-অক্সাইড।

3) অক্সিজেন।

Ans: কাৰ্বন মন’ক্সাইড।

১২। শিখাৰ একেবাৰে তলৰ অংশত দহন নঙটে বাবে এই মণ্ডলটোক অদহন মণ্ড বোলে।

1) শুদ্ধ।

2) অশুদ্ধ।

3) ওপৰৰ এটাও নহয়.

Ans: শুদ্ধ।

১৩। দহনৰ বাবে কি দৰকাৰ?

1) নাইট্ৰ’জেন।

2) অক্সাইড।

3) অক্সি’জেন।

Ans: অক্সি’জেন।

১৪। দহন কেই প্ৰকাৰৰ আছে?

1) ৫ প্ৰকাৰৰ।

2)  ২ প্ৰকাৰৰ।

3) ৩ প্ৰকাৰৰ।

Ans: ৩ প্ৰকাৰৰ।

১৫। কি অট্টালিকা আৰু মটিৰ বাবে ক্ষতিকাৰক?

1) ৰাসায়নিক সাৰ।

2) এচিড বৰযুণ।

3) তৰলীকৃত পেট্ৰ’লিয়াম।

Ans: এচিড বৰযুণ।

১৬। ইন্ধন কেই প্ৰকাৰৰ?

1) ২ প্ৰকাৰৰ।

2) ৩ প্ৰকাৰৰ।

3) ৬ প্ৰকাৰৰ।

Ans: ৩ প্ৰকাৰৰ।

১৭। গোটা ইন্ধনৰ এটা উদাহৰণ দিয়া।

1) কয়লা।

2) সমকুচিত প্ৰাকৃতিক গেছ।

3) কাঠ।

Ans: কয়লা।

১৮। কি মিশ্ৰ গেছ হ’ল দাহ্য পদাৰ্থ?

1) ইও পি জি।

2) এল পি জি।

3) এম পি জি।

Ans: এল পি জি।

১৯। কাৰ্বন এবিধ কি?

1) মিশ্ৰ পদাৰ্থ।

2) দাহ্য পদাৰ্থ।

3) মেগনেছিয়াম।

Ans: দাহ্য পদাৰ্থ।

Type – Boby Bora