SEBA Class 9 Maths Solution Chapter 1। সংখ্য়া প্ৰণালী। অনুশীলনী 1.3 Question Answer

অনুশীলনী 1.3

1. তলত দিয়া সংখ্য়া বিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৱে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা।

2. তোমালোকে জানা যে1/7 =0.14285714 দীঘলীয়া হৰণ নকৰাকৈ 8/7, 3/7, 4/7, 5/7,6/7 ৰ দশমিক বিস্তৃতি কিহৰ ধাৰণা কৰিব পাৰিবানে। যদি পাৰিবা কেনেকৈ?

সমাধানঃ হয়,ওপৰৰ ভগ্নাংশবোৰ দশমিকত প্ৰমান কৰিলে পৌন পুনিক দশমিক আছে। যেনে 1/7, 

   ∴(2 )/7 দশমিকত প্ৰকাশ কৰিলে2/7  = 0.14285714 পোৱা যায়।  হৰণ কৰিলে পৌন পুনিক দশমিক হয়।

3. তলৰ দিয়া যিবোৰ p/q আৰ্হিত প্ৰকাশ কৰা মৰ্ত P আৰু q অখণ্ড সংখ্য়া আৰু q≠0

4. 0.99999……ক p/q  আৰ্হিত প্ৰকাশক কৰা। তোমাৰ উত্তৰ দেখি আচৰিত হৈছো নেকি? তোমাৰ শিক্ষক আৰু সহপাঠী সকলৰ লগত এই উত্তৰ অৰ্থবহ আলোচনা কৰা। 

সমাধানঃ 0.999999……= 0.9=9/9= 1

5. (1 )/17 ৰ দশমিক বিস্তৃতিৰ পুনৰাবৰ্তিত গোটটোক কিমানটা অংক থাকিব? হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ  সত্য়তা পৰীক্ষা কৰা?

সমাধানঃ 

B- স্তৰৰ ভাগশেষ আৰু A স্তৰৰ ভাগশেষ একেই।  1/17= 0.0588235294117647…….

∴ সীমাহীন বা পৌন পুনিক দশমিক।

6. যদি p আৰু q অখণ্ড সংখ্য়া যাৰ 1ৰ বাহিৰে অন্য় সাধাৰণ উৎপাদক নাই তেনেহলে p/q আৰ্হিত থকা বিধিন্ন পৰিমেয় সংখ্য়া লোৱা  যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা। q য়ে কি  ধৰ্ম সিদ্ধ কৰিব  অনুমান কৰিব পাৰিবানে?

সমাধানঃ (p )/q পৰিমেয় সংখ্য়াটোক সীমাবদ্ধ  দশমিক প্ৰকাশ কৰিবলৈ q ৰ মৌলিক উৎপাদক 2 বা 5 হাতত থকিব 

(i) 7/16 সীমাবদ্ধ দশমিক 1 কাৰণ— 16= 24

(ii) 11/25 সীমাবদ্ধ দশমিকক 1 কাৰণ— 25=52

7. তিনিটা সংখ্য়া লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাৱৰ্তিত।

8. 5/7 আৰু 9/11 ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্য়া উলিওৱা।

সমাধানঃ  5/7 ক দশমিক প্ৰকাশ—

 ∴  5/7 আৰু  9/4  ৰ মধ্য়ৱতী তিনিটা অপৰিমেয় 

0. 750 7500 750000 75…..

0. 760 7076700 767000…….

0. 80800 8000 80000……….

9. তলৰ সংখ্য়া কেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণী বিভক্ত কৰাঃ

(i) √(.&23), (ii) √(.&225) (iii) 0.3796 (iv) 7.478478…. (V) 1.10100 1000 100001…….

সমাধানঃ (i) √23 অপৰিমেয় সংখ্য়া। কাৰণ 23 মৌলিক সংখ্য়া আৰু ই পূৰণ বৰ্গ নহয়।

(ii) √(.&225)= √(.&15×15)= 15

∴ 225 এটা পৰিমেয় সংখ্য়া।

(iii) 0.3796 পৰিমেয় সংখ্য়া। ই এটা সীমাবদ্ধ দশমিক।

(iv) 7.478478…. অপৰিমেয় সংখ্য়া। ই এটা সীমাহীন বা পৌন পুনিক দশমিক।

(v) 1.101001000100001…… এটা অপৰিমেয় সংখ্য়া। ই এটা সীমাহীন আৰু অবিৰত অপুনৰাৱৰ্তিত।

Type – Boby Bora