SEBA Class 9 Maths Solution Chapter 4। দুটা চলকত ৰৈখিক সমীকৰণ । অনুশীলনী 4.2 Question Answer

অনুশীলনী 4.2

1. তলত দিয়া সম্ভাৱ্য উত্তৰকেইটাৰ মাজৰ কোনটো সত্য আৰু কিয় ?

সমীকৰণটোৰ

(i) এটা অদ্বিতীয় সমাধান আছে      (ii) মাত্ৰ দুটা সমাধান আছে

(iii) অসীম সংখ্যক সমাধান আছে ।

Ans : iii) টো সত্য । কাৰণ xৰ মান বাবে y ৰ মান পোৱা যায়। আৰু y ৰ মানৰ বাবে xৰ মান পোৱা যায়।

2. তলৰ প্ৰতিটো সমীকৰণৰে চাৰিটাকৈ সমাধান উলিওৱা ঃ

(i) 2x + y = 7,    (ii) rx + y = 9,   (iii) x = 4y

Ans : 

3. তলৰ কোনকেইটা ক্ৰমিক যুগল x – 2y = 4 ৰ সমাধান হয় আৰু কোনকেইটা নহয় পৰীক্ষা কৰা ঃ

(i) (0, 2) 

Solution: 

   (ii) (2, 0)   ;

Solution: 

(iii) (4, 0)    

Solution: 

Solution:

(v) (1, 1)

Solution

4. যদি x = 2, y = 1 সমীকৰণ 2x + 3y = k ৰ এটা সমাধান তেন্তে k ৰ মান নিৰ্ণয় কৰা ।

Solution:

Type – Boby Bora