জ্ঞানদা কাকতি।
Category: অসমীয়া চিনেমা
অসমীয়া চলচ্চিত্ৰৰ প্ৰথম লংপ্লেয়ি ৰেকৰ্ড?
অসমীয়া চলচ্চিত্ৰৰ প্ৰথম লংপ্লেয়ি ৰেকৰ্ড চিকমিক বিজুলী।
অভিনেতা বিজু ফুকনৰ প্ৰথম ছবি কি আছিল?
অভিনেতা বিজু ফুকনৰ প্ৰথম ছবিখনৰ নাম হৈছে বৰুৱাক সংসাৰ।
প্ৰাপ্তবয়স্কৰ চাৰ্টিফিকেট পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি ?
প্ৰাপ্তবয়স্কৰ চাৰ্টিফিকেট পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম হৈছে মৰিচিকা।