সম্ৰাট জাহাংগীৰৰ প্ৰিয় চৰ্চা আছিল কাব্যৰচনা আৰু চিত্ৰ অঁকা ।
Category: অসমৰ ইতিহাস
কোনাৰ্ক মন্দিৰ কোনে সজাইছিল?
কোনাৰ্ক মন্দিৰ সজাইছিল উৰিষ্যাৰ সম্ৰাট নৃসিংহদেৱে ।
চুকাফা কোন চনত ৰাজপাটত উঠে ?
চুকাফা ১২২৮ চনত ৰাজপাটত উঠে ।
অসমৰ লোকসভাৰ আসন কেইখন ?
অসমৰ লোকসভাৰ আসন ১৪ খন ।