মৰিগাঁওত হোৱা প্ৰথম সাহিত্য সভাৰ সভাপতি গৰাকী নাম হ’ল- লীলা গগৈ।
Category: সাধাৰণ জ্ঞান
মৰিগাঁত প্ৰথম সাহিত্য সভা কিমান চনত হৈছিল?
মৰিগাঁত প্ৰথম সাহিত্য সভা – ১৯৯৪ চনত হৈছিল আৰু ইয়াৰ সভাপতি আছিল লীলা গগৈ।
অসমীয়া ভাষা-সাহিত্যৰ জনক কোন আছিল?
অসমীয়া ভাষা সাহিত্য জন হল শ্ৰীমন্ত শংকৰদেৱ
অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি?
অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম হল আছাম ট্ৰিবিউন (১৯৪৬) প্ৰথম সম্পাদক লক্ষ্মীনাথ ফুকন।