শব্দ

এইটোৱেই আৰম্ভণি, প্ৰথম আমি শিকিছিলোঁ বুলি পাইছিলোঁ নিজক নিজৰ অস্তিত্বক, ই প্ৰথম শব্দ, কথা ক’লোঁ শৈশৱ শিকিলোঁ, দেখিলোঁ, জানিলোঁ, আমি শব্দৰ আশ্ৰিত শব্দেৰে পৰিচালিত শব্দতে সমাহিত হঠাৎ শব্দ ভুল হ’ল এতুিয়া আমি কওঁ মিজেই নাজানো কিমান কওঁ কিমান ৰাখিব পাৰোঁ Read More …