ভাৰতৰ প্ৰধান আমদানি বস্তুবোৰ কাপোৰ, খনিজ তেল, দৰব, খাদ্য, শস্য, ৰাসায়নিক দ্ৰব্য, যন্ত্ৰপাতি আৰু মটৰগাড়ী ।
Category: Assam Answer
ভাৰতৰ ক’ত বিমান (এৰোপ্লেন) উৰাজাহাজ তৈয়াৰ কৰা হয় ?
ভাৰতৰ কানপুৰ আৰু বাঙ্গালুৰ বিমান (এৰোপ্লেন) উৰাজাহাজ তৈয়াৰ কৰা হয় ।
ভাৰতৰ কোন কোন ঠাইত জাহাজ নিৰ্মাণ হয় ?
ভৰতৰ কোচিন, বিশাখাপট্টনম আৰু পশ্চিমবঙ্গত জাহাজ নিৰ্মাণ কৰা হয় ।
ভাৰতৰ দীঘল ৰেলৰ প্লেটফৰ্ম ক’ত আছে ?
ভাৰতৰ দীঘল ৰেলৰ প্লেটফৰ্ম খড়াগপুৰ ষ্টেচনৰ আছে। ইয়াৰ দৈঘ্য ২,৭৩৩ ফুট ।