উত্তৰঃ- উজবেকিস্তানৰ খাৰিজমত ৯৭৩ চনত আল বেৰুণীৰ জন্ম হৈছিল ।
Category: Class 12 History (AHSEC)
গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত কোন অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল ?
উত্তৰঃ- গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত বিষ্ণুৰাম মেধি অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল ।
কিমান চনত গোপীনাথ বৰদলৈৰ দেহাৱসান ঘটিছিল ?
উত্তৰঃ- ১৯৫০ চনত গোপীনাথ বৰদলৈৰ দেহাৱসান ঘটিছিল ।
১৯৪৭ চনত স্বাধীনতা লাভ কৰাৰ পাছত কোন অসমৰ ৰাজ্যপাল হৈছিল ?
উত্তৰঃ- ১৯৪৭ চনত স্বাধীনতা লাভ কৰাৰ পাছত চাৰ আকবৰ হাইদৰী অসমৰ ৰাজ্যপাল হৈছিল ।