(ক) ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল?উত্তৰঃ ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কাঠৰ আছিল। (খ) ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ ক’ত পৰিছিল?উত্তৰঃ ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ মালিনিৰ বাৰীত পৰিছিল। (গ) ফুলকোঁৱৰে ছমাহৰ বাট এদিনতে কেনেকৈ পালে?উত্তৰঃ ফুলকোঁৱৰে ছমাহৰ বাট এদিনতে ঘোঁৰাত উঠি পালে। (ঘ) ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে?উত্তৰঃ ফুলনিখনৰ ফুলবোৰ ফুলকোঁৱৰে ফুলালে। প্ৰশ্নঃ বুজাই লিখা।…