সৌৰজগতৰ কথা Chapter 15 | Class 5 Social Science Question and Answer |

১। চমুকৈ উত্তৰ দিয়া- (ক) সৌৰজগত কাক বোলে?  উত্তৰঃ গ্ৰহ, উপগ্ৰহ, উল্কাপিণ্ড, গ্ৰহানুপুঞ্জ, ধুমকেতু আদিৰ সৈতে সূৰ্যৰ পৰিয়ালটোকে সৌৰজগত বোলা হয়। (খ) মহাশূন্যত কোনবােৰ বস্তু ওপঙি আছে?  উত্তৰঃ মহাশূণ্য়ত উপঙি থকা বস্তুবোৰ হৈছে- গ্ৰহ, নক্ষত্ৰ, উপগ্ৰহ, গ্ৰহাণু, ধুমকেতু আদি। (গ) জ্যোতিষ্ক কাক Read More …

ভৌগোলিক সংজ্ঞা Chapter 14 | Class 5 Social Science Question and Answer |

১। সংজ্ঞা লিখা– হিমবাহ, হিমশিলা, প্রৱাল দ্বীপ, পশ্চাৎভূমি, ভূমিকম্প, আগ্নেয়গিৰি।  উত্তৰঃ হিমবাহঃ অতি ওখ পৰ্বতৰ ঠায়ে ঠায়ে পৰ্বতৰ গাৰে ধীৰে ধীৰে গলিত বৰফ নামি অহাকে হিমবাহ বোলা হয়। ২। জোৱাৰ-ভাটা কাক বােলে? কিহৰ বাবে জোৱাৰ-ভাটা হয়? ই কেইপ্ৰকাৰৰ?  উত্তৰঃ সাগৰৰ পানী উঠা-নমা Read More …

ভূগোল অধ্য়য়ন Chapter 13 | Class 5 Social Science Question and Answer |

১। চমুকৈ উত্তৰ লিখা- (ক) ভূচিত্ৰাৱলীত কি থাকে? উত্তৰঃ ভূচিত্ৰাৱলীত চেশ-বিদেশ, ৰাজ্য়, জিলা আদিৰ মানচিত্ৰ স্পষ্টকৈ দেখুওৱা থাকে। (খ) মানচিত্ৰ বুলিলে কি বুজা? উত্তৰঃ সহজভাষাত মান অনুসৰি অঁকা চিত্ৰকে মানচিত্ৰ বোলে। (গ) প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল কাক বোলে? উত্তৰঃ যি ভূগোলত বায়ুমণ্ডল, Read More …

স্বায়ত্তশাসিত জিলা পৰিষদ Chapter 12 | Class 5 Social Science Question and Answer |

১। চমু উত্তৰ দিয়া-  (ক) জনজাতি কাক বােলে? জনজাতীয় লােকসকলৰ বৈশিষ্ট্য কি? উত্তৰঃ সাধাৰণতে একোটা অঞ্চলত আদিম কালৰে পৰা বাস কৰি থকা একোটা সামাজিক গোটক জজাতি বোলা হয়। (খ) স্বায়ত্ত শাসন ব্যৱস্থা বুলিলে কি বুজা? ইয়াৰ উদ্দেশ্য কি? উত্তৰঃ একোখন জনজাতীয় সমাজৰ Read More …