অসম ফুটবল সংন্থাই প্ৰদান কৰা ২০০৬-০৭ চনৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈৰ সন্মান কোনে লাভ কৰিছিল ?

অসম ফুটবল দলৰ গ’লৰক্ষক গোবিন্দস বড়ো অসম ফুটবল সংন্থাই প্ৰদান কৰা ২০০৬-০৭ চনৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈৰ সন্মান লাভ কৰিছিল ।