অসমীয়া বোলছবিৰ একমাত্ৰ মহিলা কলা নিৰ্দেশিকাগৰাকীৰ নাম কি?

অসমীয়া বোলছবিৰ একমাত্ৰ মহিলা কলা নিৰ্দেশিকাগৰাকীৰ নাম হৈছে এলি আহমেদ।