গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্য়ায়াধীশ মীৰা শৰ্মা।
Month: January 2021
প্ৰথম অসমীয়া বিমান প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিগৰাকী কোন ?
প্ৰথম অসমীয়া বিমান প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিগৰাকী হৈছে মহানন্দ দাস।
অসমৰ বিধানসভাৰ প্ৰথম মহিলা উপধ্যক্ষা গৰাকী কোন ?
অসমৰ বিধানসভাৰ প্ৰথম মহিলা উপধ্যক্ষা গৰাকী বনেলি খং মেন।
ইংৰাজী ভাষাত প্ৰথম অসমৰ নিৰ্ভৰযোগ্য বুৰঞ্জী প্ৰণেতা কোন ?
ইংৰাজী ভাষাত প্ৰথম অসমৰ নিৰ্ভৰযোগ্য বুৰঞ্জী প্ৰণেতা আছিল ছাৰ এডৱাৰ্ড গেইট।