স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল আছিল ছাৰ চালেহ মহস্মদ আকবৰ হাইদৰী।
Month: January 2021
অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ?
অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল চৈয়দ আনোৱাৰা টাইমুৰ।
কেতিয়া অসমৰ গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপিত হয় ?
১৯৭০ চনত অসমৰ গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপিত হয়।
অসমৰ পৰা প্ৰথম কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য কোন আছিল ?
অসমৰ পৰা প্ৰথম কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য আছিল সুৰেণ বুঢ়া গোহাঞি।