মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী । Chapter 11 | SEBA Class 10 General Science Lesson 11 Question and Answer | Assamese Medium Class 10 General Science Chapter 11 Solution | দশম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১১ মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

Chapter 11

মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

প্ৰশ্নাৱলীঃ

1. চকুৰ উপযোজন ক্ষমতা কি ?

উত্তৰঃ 

2. মায়’পিয়াগ্ৰস্ত চকু থকা মানুহ এজনে 1.2 m তকৈ বেছি স্পষ্টকৈ দেখা নাপায়। যথোচিত দৃষ্টি  ঘূৰাই আনিবলৈ কেনেধৰণৰ লেনছ ব্যৱহাৰ কৰিব লাগিব ?

উত্তৰঃ

3. স্বাভাৱিক দৃষ্টিৰ এজন মানুহ এজনৰ বাবে দূৰ-বিন্দু আৰু নিকটবিন্দু কি ?

উত্তৰঃ

4. ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে ব’ৰ্ডখন চোৱাত অসুবিধা পায়। ল’ৰাজনে ভোগা বিকাৰটো কি হ’ব পাৰে ? ইয়াৰ সংশোধন কোনোকৈ কৰিব পাৰি ?

উত্তৰঃ

অনুশীলনীঃ
1. মানুহৰ চকুৱে লেনছৰ ফ’কাছ দৈৰ্ঘ্য সলসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ’কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ’লঃ(a) প্ৰেছবায়’পিয়া             (b) উপযোজন ক্ষমতা(c) নিকট দৃষ্টিগ্ৰস্ততা          (d) দূৰ দৃষ্টিগ্ৰস্ততাউত্তৰঃ (b) উপযোজন ক্ষমতা। 2. মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান(a) কৰ্ণিয়া (Cornea)          (b) চকুৰ পতা (Iris)(c) চকৰ মণি (pupil)         (d) অক্ষিপট (Retina)

উত্তৰঃ 

5. এজন মানুহৰ দূৰ দৃষ্টিগ্রস্ততা সংশোধনৰ বাবে -5.5 ডায়প্টাৰ ক্ষমতাৰ লেনছৰ আৱশ্যক। তেওঁৰ নিকট দৃষ্টিগ্রস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেনছৰ ক্ষমতা -1.5 ডায়প্টাৰ হলে (i) দূৰ দৃষ্টিগ্রস্ততা (ii) নিকট দৃষ্টিগ্রস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেনছৰ ফকাছ দৈর্ঘ্য কিমান?

উত্তৰঃ 

6. নিকট দৃষ্টিগ্রস্ত মানুহ এজনৰ দূৰ বিন্দু চকুৰ সন্মুখত 80 cm দূৰত্বত। এই বিকাৰৰ সংশোধনৰ বাবে প্রয়োজন হোৱা লেন্‌ছৰ প্রকৃতি কি আৰু ক্ষমতা কিমান ? 

উত্তৰঃ

7. দূৰ দৃষ্টিগ্রস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্র অংকন কৰা । দূৰ দৃষ্টিগ্রস্ত চকু এটাৰ বাবে নিকট বিন্দু 1 m। এই বিকাৰৰ সংশোধনৰ বাবে প্রয়োজন হোৱা লেনছৰ ক্ষমতা কিমান ? ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 cm। 

উত্তৰঃ 

8. সাধাৰণ চকুৱে এটা 25 cm তকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয় ? 

উত্তৰঃ

9. চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্রতিবিম্বৰ দূৰত্বৰ কি হয় ?

উত্তৰঃ 

10. তৰাই তিৰবিৰাই কিয় ?

উত্তৰঃ 

11. গ্রহই তিৰবিৰাই নাথাকে কিয় ?

উত্তৰঃ 

12. ৰাতিপুৱা সূর্যক ৰঙচুৱা দেখি কিয় ?

উত্তৰঃ 

13. মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে কলা দেখে কিয় ?

উত্তৰঃ